• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰম্ভ নহয় চীন-ভাৰতৰ যুদ্ধ! : ঐকমত্যত উপণীত হৈছে ভাৰত আৰু চীনা সৈন্য!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2020 2:41 pm
Indian Army officer Brigadier HS Gillshakes hand with Chinese PLA Senior Col Bai Min during a Ceremonial Border Personnel Meeting

লেঃ জেঃ হৰেন্দ্ৰ সিং আৰু মেঃ জেঃ লিন, উৎস- এন আই এ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখ সীমান্তৰ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত কালিৰ পৰা পুনৰ আৰম্ভ হৈছে ভাৰত-চীন সেনাৰ ক’ৰ্পছ কামাণ্ডাৰ বিষয়া স্তৰৰ বৈঠক।

সোমবাৰে অনষ্ঠিত দুই পক্ষৰ সেনা বিষয়াৰ বৈঠকত লাডাখ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনা পিছুৱাই নিয়াৰ সন্দৰ্ভত দুয়ো পক্ষই এক ঐকমত্যত উপণীত হৈছে।

Apply Now

মঙলবাৰে সেনা বাহিনীৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

“পূৱ লাডাখত হৃদ্যতাপূৰ্ণ পৰিৱেশত ইতিবাচক আৰু গঠনমূলক আলোচনা হৈছে।” সেনাৰ সূত্ৰই এইদৰে কয়।

লগতে পঢ়ক : ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত আজিৰ পৰা লাডাখত পুনৰ আৰম্ভ হৈছে ভাৰত-চীন সেনাৰ বৈঠক

ভাৰতীয়ে সেনাৰ সূত্ৰই দাবী কৰিছে যে পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সংঘাতস্থলীৰ পৰা সেনা পিছুৱাই নিয়াৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সন্মত হৈছে চীন।

উল্লেখ্য যে চীনে লাডাখ সীমান্তত স্থায়ী বাংকাৰো নিৰ্মাণ কৰি আছিল। কালিৰ বৈঠকত এই সন্দৰ্ভতো আলোচনা হয় আৰু চীনে বাংকাৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ সন্মত হৈছে বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।

লগতে পঢ়ক : চীনৰ আগ্ৰাসন ৰুধিব ভাৰতে : কাশ্মীৰ এৰি লাডাখলৈ স্ৰোত বৈছে ভাৰতীয় সেনাৰ

ইতিমধ্যে চীনা সৈন্যই গালৱান উপত্যকাৰ পেট্ৰ’লিং পইণ্ট ১৪ আৰু ১৫, গোগৰা উপত্যকাৰ হট স্প্ৰিং অঞ্চলৰ পেট্ৰ’লিং পইণ্ট ১৭ আৰু পাংগং হ্ৰদৰ উত্তাৰংশৰ ফিঙ্গাৰ ৪ৰ পৰা ফিঙ্গাৰ ৮লৈকে বিভিন্ন অঞ্চলত স্থায়ী আৰু অস্থায়ী সেনাৰ ছাউনী নিৰ্মাণ কৰিছিল।

সোমবাৰে লেহস্থিত ১৪ ক’ৰৰ লেফ্টেনেন্ট জেনেৰেল হৰেন্দ্ৰ সিং আৰু চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ দক্ষিণ জিনজিয়াং মিলিটাৰিৰ ডিষ্ট্ৰিক মেজৰ জেনেৰেল লিন লিওৰ মাজত প্ৰায় ১১ ঘণ্টা ধৰি বৈঠক অনুষ্ঠিত হয়।

সেনা সূত্ৰই জনোৱা অনুসৰি ১৫ জুনৰ ৰাতি গালৱান উপত্যকাত চীন সৈন্যই কৰা অতৰ্কিত আক্ৰমণক কঠোৰ ভাষাৰে প্ৰতিবাদ জনায় লেঃ জেনেৰেল হৰেন্দ্ৰ সিঙে।

লগতে পঢ়ক : ভাৰত-চীনৰ সংঘাত মোচন : মধ্যস্থতা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

আনকি পিএলএ-এ ৪ জুনৰ দুই পক্ষৰ কামাণ্ডাৰ স্তৰৰ বৈঠকৰ সিদ্ধান্ত ভংগ কৰা বুলি তথ্য প্ৰমাণো দাখিল কৰে লেফ্টেনেন্ট জেনেৰেল হৰেন্দ্ৰ সিঙে।

এল এ’ চিত উত্তেজনা প্ৰশমনৰ বাবে দুই দেশৰ সেনা পিছুৱাই অনাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় আলোচনাত।

ইয়াৰ লগে লগে বৰ্তমান সীমান্তত নিৰ্মীয়মাণ সকলোধৰণৰ কাম কাজ বন্ধ ৰখাৰো সিদ্ধান্ত লোৱা হৈছে বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।

লগতে পঢ়ক : চীনে বন্দী কৰিছিল ১০ গৰাকী ভাৰতীয় সেনা : দেশবাসীৰ পৰা লুকুৱাই ৰাখিছিল ভাৰত চৰকাৰে

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd