NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

200306090751-dealmed-face-mask-exlarge-169-750x375

মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলালেই পৰিব প্ৰশাসনৰ ৰঙা চকু; ভৰিব লাগিব জৰিমনা

কৰ’না সংক্ৰমণৰ ৰোধৰ বাবে সকলোৱে মাস্ক পৰিধান কৰাটো সুৰক্ষিত বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়াৰ সমান্তৰালকৈ চৰকাৰেও এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। কিন্তু...

ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া

ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া আৰু জেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খৰ্গে বিনাপ্ৰতিদ্বন্দ্বিতাই ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। বিজেপিৰ নেতা অশোক...

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ স্থগিত

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ স্থগিত

ক'ৰ'না মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ৰোৰ্ডে শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাস্তাৱিত জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ স্থগিত...

কোৱাৰেণ্টাইন কেন্দ্ৰলৈ সুৰা আৰু ড্ৰাগছৰ যোগান; ছয় গৰাকী লোকক আটক

কোৱাৰেণ্টাইন কেন্দ্ৰলৈ সুৰা আৰু ড্ৰাগছৰ যোগান; ছয় গৰাকী লোকক আটক

কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ড্ৰাগছ আৰু সুৰা যোগান ধৰাৰ অপৰাধত মিজোৰাম আৰক্ষীয়ে অলপতে ছয় গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, মিজোৰামৰ...

বনৰীয়া হাতীৰ

ৰাজস্থানত ১০০ টা হাতীৰ ক’ৰ’না পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ

ৰাজস্থানৰ জয়পুৰত ১০০ কৈ অধিক হাতীৰ ক’ৰ’না সংক্ৰমণৰ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ‘‘ৰাজস্থানত প্ৰথমবাৰৰ বাবে হাতী সমূহৰ শ্বোৱাৰ নমুনা সংগ্ৰহ...

মহিলা ৰোগীক নিৰ্যাতনৰ অভিযোগত NEIGRIHMS ত কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ

মহিলা ৰোগীক নিৰ্যাতনৰ অভিযোগত NEIGRIHMS ত কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ

চিকিৎসালয়ত দুগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজিঅ’নেল ইষ্টিটিউট অফ হেল্থ এণ্ড মেডিকেল চায়েঞ্চৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকক...

মহামাৰীৰ এই সময়ত কাম কৰিবলৈ মই শ্ৰদ্ধাক অনুমতি নিদিও, বেয়া অৱস্থা আহিবলৈ এতিয়াও বাকী আছে : শক্তি কাপুৰ

মহামাৰীৰ এই সময়ত কাম কৰিবলৈ মই শ্ৰদ্ধাক অনুমতি নিদিও, বেয়া অৱস্থা আহিবলৈ এতিয়াও বাকী আছে : শক্তি কাপুৰ

বলিউদৰ অভিনেতা শক্তি কাপুৰে তেওঁৰ কন্যা জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক ক’ৰ’না ভাইৰাছৰ এই সংক্ৰমণৰ সময়ত কাম কৰিবলৈ যাব নিদিয়ে বুলি...

ৰাজ্যত অধিক নমুনা পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগক মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্যত অধিক নমুনা পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগক মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোভিড-১৯ৰ নমুনা পৰীক্ষা অধিক বৃদ্ধি কৰিবলৈ আজি স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে কণ্টেইনমেণ্ট জ’ন, কোৱাৰেণ্টাইন...

Ishant Sarmah

প্ৰতিযোগিতা নিৰপেক্ষ হ’ব লাগে, কেবল বেটছমেনৰ পক্ষত সকলো হ’ব নালাগে; আই চি চিৰ নতুন নিয়ম সম্পৰ্কত ইশান্ত শৰ্মা

ক’ৰ’নাৰ সংক্ৰমণৰ পাছত আই চি চিয়ে ক্ৰিকেট বলত বলাৰ সকলে থু লগাব নোৱাৰিব বুলি নতুন নিয়ম জাৰি কৰাৰ পাছত আই...

Assam CM orders probe into Baghjan gas well tragedy

বাঘজান ঘটনাৰ ক্ষয়-ক্ষতিৰ বিস্তৃত প্ৰতিবেদন প্ৰস্তুতৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত জনতা ভৱনত বাঘজানৰ ঘটনা সম্পৰ্কত এক উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য মন্ত্ৰীয়ে তৈল কূপত...

Page 3556 of 5920 1 3,555 3,556 3,557 5,920

Stay Connected

Recent News