• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলা ৰোগীক নিৰ্যাতনৰ অভিযোগত NEIGRIHMS ত কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 12, 2020 8:08 pm

1 min read

মহিলা ৰোগীক নিৰ্যাতনৰ অভিযোগত NEIGRIHMS ত কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ

উৎস-ইণ্টাৰনেট

539
VIEWS
Share on FacebookShare on Twitter

চিকিৎসালয়ত দুগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজিঅ’নেল ইষ্টিটিউট অফ হেল্থ এণ্ড মেডিকেল চায়েঞ্চৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত চিকিৎসক গৰাকী চিকিৎসালয়খনৰ মেডিচিন বিভাগত কৰ্তব্যৰত জুতন চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, নিৰ্যাতনৰ সন্মুখিন হোৱা মহিলা দুগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা দাখিল কৰা অভিযোগৰ ভিত্তিতে চিকিৎসক গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

বৃহস্পতি বাৰে ৰাতিপুৱা চিকিৎসা প্ৰতিষ্ঠানখনলৈ মহিলা দুগৰাকীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱাৰ সময়তে চিকিৎসক গৰাকীয়ে চিকিৎসাৰ চলেৰে দুয়োগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল বুলি মহিলা দুগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে চিকিৎসক গৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে।

 

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd