• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজস্থানত ১০০ টা হাতীৰ ক’ৰ’না পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2020 7:47 am

1 min read

বনৰীয়া হাতীৰ

প্ৰতিনিধিত্বমূলক ফটো

348
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ জয়পুৰত ১০০ কৈ অধিক হাতীৰ ক’ৰ’না সংক্ৰমণৰ পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

‘‘ৰাজস্থানত প্ৰথমবাৰৰ বাবে হাতী সমূহৰ শ্বোৱাৰ নমুনা সংগ্ৰহ কৰা হৈছে। আমি এই নমুনা সমূহ উত্তৰপ্ৰদেশৰ বাৰেইলিত থকা ভাৰতীয় পশু গৱেষণা প্ৰতিষ্ঠান(আই ভি আৰ আই)লৈ প্ৰেৰণ কৰিছো,’’ ৰাজস্থানৰ বন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।

বিষয়া গৰাকীয়ে হাতীৰ চকু আৰু মুখৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে বুলিও লগতে জনায়।

উল্লেখযোগ্য যে, ৰাজস্থানৰ জয়পুৰত পৰ্যটক সকলে প্ৰায়ে হাতী ব্যৱহাৰ কৰে। সেয়েহে হাতী সমূহো কিবা কাৰণত ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে বুলি অনুমান কৰিয়ে ৰাজ্যখনৰ বন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানত এটা বাঘ ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল।

পোহনীয়া আৰু বনৰীয়া জীৱ-জন্তু ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন গৱেষণা তথা পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd