• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলালেই পৰিব প্ৰশাসনৰ ৰঙা চকু; ভৰিব লাগিব জৰিমনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2020 8:29 am

2 min read

200306090751-dealmed-face-mask-exlarge-169-750x375

প্ৰতিনিধিত্বমূলক ফটো

629
VIEWS
Share on FacebookShare on Twitter

কৰ’না সংক্ৰমণৰ ৰোধৰ বাবে সকলোৱে মাস্ক পৰিধান কৰাটো সুৰক্ষিত বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়াৰ সমান্তৰালকৈ চৰকাৰেও এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু একাংশ লোকে তাৰ পাছতো মাস্ক পৰিধান কৰাত অৱহেলা কৰা দেখা গৈছে। এনে দায়িত্বজ্ঞানহীনতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছত্তীশগড় চৰকাৰে।

ৰাজ্যখনত মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ ওলালেই পৰিব প্ৰশাসনৰ ৰঙা চকু। মাস্ক নিপিন্ধা ধৰা পৰিলেই ভৰিব লাগিব ১০০টকা জৰিমনা।

শুকুৰবাৰে ছত্তীশগড় চৰকাৰে এইধৰণৰ এক নিৰ্দেশনা জাৰি কৰিছে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলে কেবিনেট মন্ত্ৰী তথা শীৰ্ষ প্ৰশাসনীয় বিষয়াসকলৰ সৈতে কৰ’না পৰিস্থিতিৰ বিষয়ে জৰুৰী পৰ্যালোচনা কৰাৰ সময়তে মাস্কৰ কথাটোৱে প্ৰাধান্য লাভ কৰে।

এই বৈঠকতে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰত্যেকেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কোনোৱে মাস্ক পৰিধান নকৰা অৱস্থাত ধৰা পৰিলে ১০০টকা জৰিমনা বিহা হ’ব।

ইপিনে, ছত্তীশগড়ত অহা মাহৰ পৰা স্কুল-কলেজ, শিক্ষা প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

পৰিস্থিতি স্বাভাৱিক হ’ৱে অক্টোবৰলৈ শিক্ষানুষ্ঠানসমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰো চিন্তা-চৰ্চা কৰা হৈছে।

ছত্তীশগড়ত বৰ্তমান মুঠ ১,৪২৯জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।ৰাজ্যখনত এতিয়ালৈকে এই মাৰাত্মক ভাইৰাছৰ ফলত ৬জন লোকৰ মৃত্যু হৈছে।

Tags: COVID-19

Recent News

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

WhatsApp Image 2021-03-07 at 2.19.05 PM

IPLৰ সূচী ঘোষণা; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd