NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

হাইড্ৰ’ক্সিক্লৰ’কুইন ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই ল’লে ভাৰতে

হাইড্ৰ’ক্সিক্লৰ’কুইন ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই ল’লে ভাৰতে

ভাৰতে মেলেৰিয়া প্ৰতিৰোধী ঔষধ হাইড্ৰ'ক্সিক্লৰ'কুইনৰ ৰপ্তানিৰ ক্ষেত্ৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই লৈছে। ''এছ ই জেদ/ই অ' য়ুক বাদে ঔষধ...

এবাৰ সুস্থ হৈ উঠাৰ পিছত পুনৰ কোভিড-১৯ত আক্ৰান্ত হ’ল বোকাখাতৰ বন্তি শইকীয়া

এগৰাকী যুৱক কোভিড-১৯ পজিটিভ; গহপুৰৰ ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক কন্টেইনমেন্ট জ’ন ঘোষণা

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ডিপৰা ভীম বাহাদুৰ হাইস্কুল এলেকাক গহপুৰ মহকুমা প্ৰশাসনে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে। কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে...

পুনেত বৃহৎ পৰিমাণৰ দেশী-বিদেশী জাল টকা উদ্ধাৰ; সেনা বাহিনীৰ এগৰাকী জোৱান গ্ৰেপ্তাৰ

পুনেত বৃহৎ পৰিমাণৰ দেশী-বিদেশী জাল টকা উদ্ধাৰ; সেনা বাহিনীৰ এগৰাকী জোৱান গ্ৰেপ্তাৰ

বুধবাৰে মহাৰাষ্ট্ৰৰ পুনেত সেনা চোৰাংচোৱাই অভিযান চলাই ৮৭ কোটি টকাৰ জাল ভাৰতীয় আৰু বিদেশী টকা জব্দ কৰে। এই ঘটনাৰ লগত...

Cyclone-Heavy-Rain-1140x570-750x375

দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱ; অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৃষ্টিৰ সম্ভাৱনা

বৃহস্পতিবাৰে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে বংগোপসাগৰৰ মধ্য আৰু উত্তৰ অংশ, মিজোৰাম, ত্ৰিপুৰা, অসমৰ কিছুমান অংশৰ লগতে নাগালেণ্ডক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।...

অনলাইনযোগে হ’ব চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তি

অনলাইনযোগে হ’ব চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তি

চলিত বর্ষত সম্পূৰ্ণ অনলাইন যোগে হ'ব উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ প্ৰক্ৰিয়া। আজি ৰাজ্যৰ শিক্ষা বিভাগে এক জাননী জাৰি কৰি এই কথা...

image

ৰাজস্থানৰ কংগ্ৰেছী বিধায়কক ২৫ কোটিৰ টোপ বিজেপিৰ : মুখ্যমন্ত্ৰী গেহলটৰ অভিযোগ

আগন্তুক ৰাজ্যসভা নিৰ্বাচনত ‘ঘোঁৰা’ ক্ৰয়ৰ বাবে সষ্টম হৈ উঠিছে বিজেপি দল। এই অভিযোগ ৰাজস্থানৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী অশোক গেহলটৰ। কৰ্ণাটক, মধ্য...

d8b3fc1d08dc2aaf6b8a94edc91626a1f5976773bad213c2faadbe84960cc263-711x375

ক’ৰ’নাৰ সংহাৰ : ভাৰতত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই...

Elephant-1

ছত্তিশগড়ত তৃতীয়টো বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ : বন বিভাগৰ মতে এয়া অস্বাভাৱিক মৃত্যু

ছত্তিশগড়ত তৃতীয়টো বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৃহস্পতিবাৰে ৰাজ্যখনৰ বলৰমাপুৰ জিলাৰ ৰাজপুৰৰ বনাঞ্চলত বন বিভাগৰ লোকে উদ্ধাৰ কৰে বনৰীয়া...

মিজোৰামত ১০২ জনলৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা

মিজোৰামত ১০২ জনলৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা

মিজোৰামত ১০২ গৰাকীলৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৯ গৰাকী আক্ৰান্ত হৈছে। টুইটযোগে এই...

image.jpg65

নীৰৱ আৰু মেহুলক নহয় : ইডি-এ সিহঁতৰ হীৰা-সোণৰ অলংকাৰসমূহকহে উভতাই আনিলে দেশলৈ

পঞ্জাৱ নেশ্যনেল বেংক জালিয়াতি কাণ্ডৰ দুই পলাতক প্ৰৱঞ্চক নীৰৱ মোদী আৰু মেহুল ছোক্সীৰ হীৰা আৰু সোণৰ গহনাবোৰ দেশৰ এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰে...

Page 3599 of 5959 1 3,598 3,599 3,600 5,959

Stay Connected

Recent News