DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অনলাইনযোগে হ’ব চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 11, 2020 2:59 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.9k
VIEWS
Share on FacebookShare on Twitter

চলিত বর্ষত সম্পূৰ্ণ অনলাইন যোগে হ’ব উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ প্ৰক্ৰিয়া। আজি ৰাজ্যৰ শিক্ষা বিভাগে এক জাননী জাৰি কৰি এই কথা সদৰী কৰিছে।

চলিত বর্ষৰ একাদশ শ্রেণীৰ নামভৰ্তিৰ বাবে ছেবা ৱেবছাইটত উপলব্ধ হ’ব এটা বিশেষ পৰ্টেল।

‍‘অন্বেষণ’ নামৰ এই পৰ্টেলৰ জৰিয়তে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰিব লাগিব একাদশ শ্রেণীত।

নামভৰ্তি প্ৰ-পত্ৰ জমা কৰাৰ পাছত প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰধান শিক্ষকে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশ কৰিব।

উল্লেখযোগ্য যে, অহা ২০ জুনৰ পৰা নামভৰ্তিৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জাননীত প্ৰকাশ কৰিছে।

আৱেদনৰ প্ৰক্ৰিয়া সামৰণি পৰিব ৩০ জুনত। সেই অনুসৰি পহিলা জুলাইত প্ৰকাশ পাব নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি তালিকা। এই কথা জনাইছে শিক্ষা বিভাগে৷

শিক্ষা বিভাগে প্ৰকাশ কৰা জাননী

ইফালে, ১৫ জুনৰ পৰা এই পৰ্টেলটো উপলব্ধ হ’ব বুলিও জনায়।

চৰকাৰী আৰু বেচৰকাৰী সকলো খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ’ব বিশেষ পৰ্টেলটো।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd