• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নীৰৱ আৰু মেহুলক নহয় : ইডি-এ সিহঁতৰ হীৰা-সোণৰ অলংকাৰসমূহকহে উভতাই আনিলে দেশলৈ

২,৩০০ কিলোগ্ৰাম ওজনৰ অলংকাৰখিনিৰ আনুমানিক মূল্য প্ৰায় ১,৩০০ কোটি বুলি জনাইছে ইডি-এ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2020 11:30 am
image.jpg65
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱ নেশ্যনেল বেংক জালিয়াতি কাণ্ডৰ দুই পলাতক প্ৰৱঞ্চক নীৰৱ মোদী আৰু মেহুল ছোক্সীৰ হীৰা আৰু সোণৰ গহনাবোৰ দেশৰ এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰে দেশলৈ উভতাই আনিছে।

দুই প্ৰৱঞ্চকৰ হীৰা-মুকুতা সোণৰ গহনাসমূহৰ ওজন প্ৰায় ২,৩০০ কিলোগ্ৰাম আৰু ইয়াৰ আনুমানিক মূল্য প্ৰায় ১,৩০০ কোটি হ’ব বুলি জনাইছে ইডি-এ।

Apply Now

ইডিৰ সূত্ৰৰ মতে এই বিপুল পৰিমাণৰ গহনা তথা অলংকাৰখিনি হংকঙৰ পৰা মুম্বাইলৈ অনা হৈছে।

১০ট টা কাৰ্টুনত ভৰাই অনা এই অংলকাৰখিনিৰ মাজৰ ৩২ টা নীৰৱ মোদীৰ আৰু ৭৬ টা কাৰ্টুন নীৰৱৰ মোমায়েক মেহুল ছোক্সীৰ বুলি জনাইছে ইডি-এ।

উল্লেখ্য যে, ২০১৮ চনত ১৩,০০০ কোটি টকা পঞ্চাৱ নেশ্যনেল বেংকৰ ঋণ জালিয়াতিৰ কথা ধৰা পৰাৰ পূৰ্বেই নীৰৱ মোদী আৰু মেহুল ছোক্সীয়ে দেশ এৰি পলায়ন কৰিছিল।

দেশ এৰি পলায়ন কৰাৰ পূৰ্বে এই বৃহত পৰিমাণৰ অলংকাৰখিনি এখন জাহাজেৰে হংকংঙলৈ প্ৰেৰণ কৰিছি দুই প্ৰৱঞ্চকে।

হংকঙৰ পৰা অলংকৰাখিনি ডুবাইলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও ইডি-এ অলংকাৰখিনি দেশলৈ উভতাই আনিবলৈ আইনী প্ৰক্ৰিয়াৰে তৎপৰ হয়।

ভাৰতৰ আদালতৰ ৰায়, ইন্টাৰপ’লৰ ন’টিছসহ তথ্য প্ৰমাণ আদি হংকং বিচাৰালয়ত দাখিল কৰাৰ পিছত অলংকাৰখিনিৰ উৎস ভাৰত বুলি নিশ্চিত হয় হংকং কৰ্তৃপক্ষ।

ইয়াৰ পিছতেই ইডি-এ অলংকাৰখিনি নিজৰ জিম্মালৈ আনে।

অন্যহাতে দুই প্ৰৱঞ্চকৰ নীৰৱ মোদীক বিগত বৰ্ষত লণ্ডত গ্ৰেপ্তাৰ কৰিলেও বৰ্তমানেও ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাৰ সম্ভৱ হৈ  উঠা নাই।

অন্যজন প্ৰৱঞ্চক মেহুল ছোক্সী বৰ্তমান কেৰেবিয়ান দীপপুঞ্জত আত্মগোপন কৰি আছে বুলি অনুমান কৰিছে ভাৰতীয় তদন্তকাৰী সংস্থাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd