NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Sonowal-1-750x375

নতুন দিল্লীত কংগ্রেছক বেইমান পার্টী আখ্যা সোণোৱালৰ : কাইলৈ গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

নতুন দিল্লীত আজি মুখ্য মন্ত্ৰী সোণোৱালে এক সংবাদমেলত কংগ্ৰেছক চোকা ভাষাৰে তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে দেশবাসীক প্ৰৱঞ্চনা কৰি লুটপাত চলোৱাৰ...

কমিছনৰ অংকত পেট ওলাইছে চৰকাৰী নেতাৰ, সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা

কমিছনৰ অংকত পেট ওলাইছে চৰকাৰী নেতাৰ, সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা

আজি ওদালগুৰি জিলাৰ মাজবাটত 'লহকৰ ফিটনেছ হাব' নামৰ এটা ব্যায়ামাগাৰ উদ্বোধন কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। উদ্বোধনী অনুষ্ঠানটোত মিষ্টাৰ ইউনিভাৰ্ছ...

workshop for women concluded in assam's sivasagar

শিৱসাগৰত মহিলাক কৃষি আৰু যন্ত্ৰ প্ৰশিক্ষণ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ বলিয়াঘাট তিনিআলিস্থিত সতী ৰাধিকা স্মৃতি ৰক্ষা কলা কেন্দ্ৰত মহিলাৰ বাবে আয়োজিত কৃষি আৰু ঔদ্যোগিক যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰিছে।...

Nagaon shelter story.docx photo

আশ্ৰয়হীন নিৰ্যাতিত গোলোক ডেকাৰ দায়িত্ব ল’লে আইন সেৱা প্ৰাধিকৰণে

নামমাত্ৰ আশ্ৰয়ৰ বাবে বাটকুৰি বাই ফুৰা শতায়ু গৰকা এগৰাকী বৃদ্ধৰ কাহিনীয়ে সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰি তোলাৰ সময়তে নগাওঁ জিলা আইন...

BJP will pass Citizenship Bill, if gets majority in Rajya Sabha: Himanta Biswa Sarma

হিমন্ত বিশ্বৰ কাষত ৰাজ্যৰ গাওঁবুঢ়া

দৰমহা বৃদ্ধিৰ দাবীৰে বৃহস্পতিবাৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপিছে সদৌ অসম গাওঁবুঢ়া সন্থা। মাহিলী দৰমহা ২৭,৫০০ টকালৈ বৃদ্ধি,...

a722b9d1-9095-4093-b0d2-e2f92e57fbc6

মাজুলীত বিজেপিৰ বিজয় উৎসৱ : পঞ্চায়ত প্ৰতিনিধিক শপতবাক্য পাঠ কৰোৱালে মন্ত্ৰী চন্দন ব্ৰহ্মই

পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত বিজেপিৰ ফলাফলক লৈ উদযাপন কৰে বিজয় উৎসৱ। মাজুলীৰ কমলাবাৰী ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এই...

loot-570x320

পাঠশালাত দিন দুপৰতে ডকাইতি : বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ডেৰ লাখ টকা লুট

আজি দিন দুপৰতে প্ৰায় ১ বজাত পাঠশালা আৰু পাটাছাৰকুছিৰ মাজত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰকাচক'ত দিন ডাকাইতৰ দৰে ঘটনা সংঘটিত...

9517806f-b52d-476d-bffe-4d2eab721b44

মাজুলীত ৪৬ তম অসম ৰাজ্যিক আন্তঃজিলা দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত

মাজুলী জিলা শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত আৰু অসম শৰীৰ চৰ্চা আৰু ফিটনেছ সন্থাৰ উদ্যোগত মাজুলী কমলাবাৰী ক্ৰীড়া প্ৰকল্পত দুদিনীয়া কাৰ্যসূচীৰে...

Bridge-1-750x375

অসম: মেগা অনলাইন এন্তাৰ্তেইনমেন্ত প্ৰতিযোগিতাৰ আয়োজন ক্ৰিএ’চন ম’চন পিক্সাৰৰ

গুৱাহাটীস্থিত ক্ৰিএ’চন ম’চন পিক্সাৰে অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এক মেগা অনলাইন এন্তাৰ্তেইনমেন্ত কম্পিতিচন। জানুৱাৰিত আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখন মে’লৈকে...

15979b45-8748-425a-a936-326d352b9247

ৰাফেল ইছ্যু : কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত হাফলঙত প্ৰতিবাদী সমদল

ৰাফেল বিষয়ক লৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ অপসাৰণৰ দাবী জনালে বিজেপি দলে। আজি হাফলঙত ডিমা হাছও জিলা বিজেপিৰ উদ্যোগত এক...

Page 4610 of 5911 1 4,609 4,610 4,611 5,911

Stay Connected

Recent News