DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাফেল ইছ্যু : কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত হাফলঙত প্ৰতিবাদী সমদল

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 20, 2018 6:36 pm
15979b45-8748-425a-a936-326d352b9247
207
VIEWS
Share on FacebookShare on Twitter

ৰাফেল বিষয়ক লৈ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ অপসাৰণৰ দাবী জনালে বিজেপি দলে। আজি হাফলঙত ডিমা হাছও জিলা বিজেপিৰ উদ্যোগত এক প্ৰতিবাদী সমদল ওলাই বিজেপি নেতাকৰ্মী সকলেহাফলঙৰ ৰাজপথ কঁপাই তোলে।

প্ৰতিবাদীসকলে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্তৰ যোগেদি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ লৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদী সমদলত যোগ দান কৰি হাফলঙৰ বিজেপি বিধায়ক বীৰভদ্ৰ হাগজেৰ আৰু জিলা বিজেপি সভাপতি নিপোলাল হোজায়ে কংগ্ৰেছ দলৰ তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে গণতন্ত্ৰক ভুল পথেৰে পৰিচালিত কৰি সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।

হাফলঙৰ বিজেপি বিধায়ক বীৰভদ্ৰ হাগজেৰে কয় ‘ ৰাফেল যুদ্ধ বিমান ক্ৰয় বিষয়ক লৈ যোৱা ১৪ ডিচেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ সভাপতি গান্ধীয়ে উত্থাপিত বিভিন্ন অভিযোগ নস্যাৎ কৰিছে। কিন্তু কংগ্ৰেছ সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে ৰাইজৰ মাজত একেখন বিষয়ৰ ভুল তথ্য দাঙি ধৰি দেশ জুৰি বিশৃংখল পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আছিল। সেই কাৰণে অনতি পলমে তেওঁৰ জন প্ৰতিনিধি পদ খাৰিজ কৰাৰ দাবিী উত্থাপন কৰে। প্ৰকৃততে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ইমান দিন যে ৰাইজক মিছা তথ্যৰ যোগেদি বিভ্ৰান্ত কৰি আহিছে উচ্চতম ন্যায়ালয়ৰ ৰায়ে এয়া প্ৰমাণ কৰিছে।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd