শামুকীয়া গতিত আগবাঢ়ি আছে কাচাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা
‘মই বলীয়া হৈ যাম’ শামুকীয়া গতিতত চলি থকা ভোট গণনাৰ প্ৰক্ৰিয়াত অতীষ্ঠ হৈ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ আগত এই উক্তি কৰিছে...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
‘মই বলীয়া হৈ যাম’ শামুকীয়া গতিতত চলি থকা ভোট গণনাৰ প্ৰক্ৰিয়াত অতীষ্ঠ হৈ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ আগত এই উক্তি কৰিছে...
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) পৰিচালনা কৰা চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ’ব অহা ১২ ফেব্ৰুৱাৰিৰ পৰা। অসমৰ ৭৮০টা কেন্দ্ৰত...
বহু উৎকণ্ঠাৰ অন্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি পুৱাৰে পৰা বৰপেটা জিলাতো পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কৰা হয়। উল্লেখযোগ্য যে...
১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে হেৰুৱালে দলটোৰ একচ্ছত্ৰী আধিপত্য৷ সমষ্টি টোৰ ১৮খন গাওঁ পঞ্চায়তৰ ভিতৰত কংগ্ৰেছ দলৰ দখলত...
নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ আজি দেহাৱসান ঘটে। দিল্লীত শেষ নিশ্বাস ত্যাগ কৰা...
আজি ঘোষণা হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অনুসৰি মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ সৰহ সংখ্যক আসন বিজেপিৰ দখললৈ গৈছে। পুৱা ৮ বজাৰৰ পৰা...
ৰাজ্যত আজি চলি থকা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ মাজতে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে...
এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নোহোৱা অসমৰ ৪০ লাখ লোকৰ ক্ষেত্ৰত দাবী আৰু আপত্তিৰ সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰাৰ...
ইডুকেশ্যন টুডে’ৰ এটা শেহতীয়া সমীক্ষা অনুসৰি, ডিমাপুৰৰ লিভিষ্টোন ফাউণ্ডেশ্যন উচ্চতৰ মাধ্যমিক বিদ্যালয় (LFHSS) সহ-পাঠ্যক্ৰম শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষতম স্থান লাভ কৰিছে।...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd