• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শামুকীয়া গতিত আগবাঢ়ি আছে কাচাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
December 12, 2018 9:50 pm
Counting of votes going on in ISBT and ISTT Silchar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মই বলীয়া হৈ যাম’ শামুকীয়া গতিতত চলি থকা ভোট গণনাৰ প্ৰক্ৰিয়াত অতীষ্ঠ হৈ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ আগত এই উক্তি কৰিছে কাচাৰৰ জিলা উপায়ুক্ত ড০ এছ লক্ষ্ণণনে।  আজি ভোট গণনাৰ শেহতীয়া খবৰ জনাৰ বাবে সাংবাদিককল গৈ শিলচৰৰ আন্তঃৰাজ্যিক বাছ আস্থান (ISBT) আৰু আন্তঃৰাজ্যিক ট্ৰাক আস্থানৰ (ISTT)  ভোট গণনা কেন্দ্ৰত গৈ উপস্থিত হৈছে যাতে ৰাইজক ভোটৰ ফলাফল সন্দৰ্ভত শেহতীয়া খবৰ জনাব পাৰে।

যি সময়ত কাচাৰৰৰ জিলা উপায়ুক্তগৰাকীয়ে ৰাজনৈতিক দলসমূহৰ নেতা আৰু দলীয় সভাপতিসকলক ভোট গণনা কেন্দ্ৰলৈ লৈ গৈ আছিল সেই সময়ত সংবাদ সংগ্ৰহৰ দায়িত্বত থকা সাংবাদিকসকলে এটা চৰকাৰী সংখ্যা অনাত টান পাইছিল। অৱশেষত এই সংখ্যাসমূহ আনুষ্ঠানিকভাৱে ৬-৩০ বজাত বিনিময় কৰি দিয়া হয়। বৰাক উপত্যকাত বহুকেইটা নিৰ্বাচনৰ বাতৰি সংগ্ৰহত জড়িত থকা নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ সাংবাদিকে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে যে অহা কালি বুধবাৰৰ আবেলি মানেহে ভোট গণনাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন হ’ব লাগে। কিন্তু যি গতিত ভোট গণনাৰ প্ৰক্ৰিয়া আগবাঢ়িছে মই নিশ্চিত যে অহা ৪ দিনটো সেয়া হৈ নুঠিব।

Apply Now

এতিয়া সকলোৱে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বাবে জিলা প্ৰশাসন আৰু পঞ্চায়ত নিৰ্বাচন বিষয়াবৰ্গৰ ফালে অপেক্ষা কৰি আছে।

আজি আবেলি ৬-৩০ বজালৈকে কাচাৰৰ ২৭খন জিলা পঞ্চায়ত সমষ্টিৰ এখনৰো ফলাফল ওলোৱা নাই। ১৬২খন আঞ্চলিক পঞ্চায়ত সদস্যৰ মাত্ৰ ৮খনৰ চৰকাৰী ফলাফল ওলাইছে। ইয়াৰে ৪খনত বিজেপি, ৩খনত কংগ্ৰেছ আৰু এখনত নিৰ্দলীয়ই জয়লাভ কৰিছে। ১৬২ গাঁও পঞ্চায়তৰ চৰকাৰীভাৱে ফলাফল ঘোষিত ৮খন আসনৰ ভিতৰত ৫খন বিজেপি, ২খন কংগ্ৰেছ আৰু এখন নিৰ্দলীয়ৰ দখললৈ গৈছে। ১৬২০ গাঁও পঞ্চায়ত সদস্যৰ চৰকাৰীভাৱে ঘোষিত ৮৬খন আসনৰ ভিতৰত বিজেপিয়ে ৩১, কংগ্ৰেছে ৩৬খন, নিৰ্দলীয়ই ১৯খন আসন দখল কৰিছে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd