• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভোকত কাম কৰোৱাইছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীক; বিশ্বনাথত উত্তপ্ত পৰিস্থিতি

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , December 12, 2018 6:08 pm

1 min read

Biswanath
207
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত আজি চলি থকা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ মাজতে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে বিশ্বনাথ প্ৰশাসনে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ কামত ব্যস্ত কৰ্মচাৰীসকলক প্ৰয়োজনীয় পৰিমাণৰ খাদ্য যোগান নধৰাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

তদুপৰি তেওঁলোকক যোগান ধৰা খাদ্যখিনিও অতি নিম্ন মানদণ্ডৰ বুলি পুৱাৰে পৰা ভোকে-পিয়াহে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ দায়িত্বত ব্যস্ত কৰ্মচাৰীসকলে অভিযোগ কৰে। আনহাতে প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা পানী খাই বহু কেইগৰাকী নিৰ্বাচনী বিষয়া-কৰ্মচাৰী অসুস্থ হোৱাৰ অভিযোগ উঠিছে।

যাৰ ফলত প্ৰশাসনৰ উক্ত গাফিলতিত ক্ষুব্ধ হৈ পৰা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী সকলে খাদ্যৰ যোগান গৃহত প্ৰৱেশ কৰি বাচন-বৰ্তন ভাঙি ক্ষোভ প্ৰকাশ কৰাৰ লগতে খাবলৈ নাপালে কাম নকৰাৰো হুংকাৰ দিয়ে।

Recent News

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd