NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

হিন্দু ধৰ্মৰ বাবে আৰ এছ এছেই সকলোতকৈ ভাল সংগঠন : মোহন ভাগৱতক ‎প্ৰশংসাৰে উপছালে সাংসদ আফজল আনছাৰীয়ে

হিন্দু ধৰ্মৰ বাবে আৰ এছ এছেই সকলোতকৈ ভাল সংগঠন : মোহন ভাগৱতক ‎প্ৰশংসাৰে উপছালে সাংসদ আফজল আনছাৰীয়ে

মোহন ভাগৱত আৰু আৰ এছ এছক প্ৰশংসা সমাজবাদী পাৰ্টীৰ সাংসদ আফজল ‎আনছাৰীৰ। শনিবাৰে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ আৰ এছ...

৩০ ছেপ্টেম্বৰত প্ৰকাশ হ’ব বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা: নিৰ্বাচন আয়োগ

৩০ ছেপ্টেম্বৰত প্ৰকাশ হ’ব বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা: নিৰ্বাচন আয়োগ

বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত নিৰ্বাচন আয়োগে জনাইছে যে এতিয়ালৈকে নাম বাদ দিবলৈ ১.৯৭ লাখ অনুৰোধ আৰু...

জনপ্ৰিয় টেলিভিশ্যন ধাৰাবাহিক ‘পবিত্ৰ ৰিষ্টা’ৰ অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ মৃত্যু

জনপ্ৰিয় টেলিভিশ্যন ধাৰাবাহিক ‘পবিত্ৰ ৰিষ্টা’ৰ অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ মৃত্যু

জনপ্ৰিয় হিন্দী আৰু মাৰাঠী ধাৰাবাহিকৰ অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ দেওবাৰে পুৱা ৩৮ ‎বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ গাতে লাগি থকা মীৰা...

চীনৰ ৰাষ্ট্ৰপতি জিনপিনক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ : তীব্ৰ প্ৰশ্নবাণ, সমালোচনা কংগ্ৰেছৰ

চীনৰ ৰাষ্ট্ৰপতি জিনপিনক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ : তীব্ৰ প্ৰশ্নবাণ, সমালোচনা কংগ্ৰেছৰ

দেওবাৰে চীনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকক লক্ষ্য কৰি কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ...

মাত্ৰ ৩৮ বছৰ বয়সতে কৰ্কটে প্ৰাণ কাঢ়ি নিলে জনপ্ৰিয় টিভি ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ৰ অভিনেত্ৰী প্ৰিয়াৰ

মাত্ৰ ৩৮ বছৰ বয়সতে কৰ্কটে প্ৰাণ কাঢ়ি নিলে জনপ্ৰিয় টিভি ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ৰ অভিনেত্ৰী প্ৰিয়াৰ

টেলিভিছনৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ত অভিনয় কৰি পৰিচিত হৈ পৰা অভিনেত্ৰী প্ৰিয়া মাৰাথেৰ মৃত্যু ঘটিছে। মাত্ৰ ৩৮ বছৰ বয়সতে...

‘সিহঁতেই মোক…’ ৰাস্তাৰ কুকুৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথে?

‘সিহঁতেই মোক…’ ৰাস্তাৰ কুকুৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথে?

এটা ৰায়দানে তেওঁক জনসাধাৰণৰ মাজত বিখ্যাত কৰি তুলিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথে নিজেই এই কথা কৈছে। তেওঁৰ ভাষাত, ‘ৰাস্তাৰ...

ইতিবাচক জিনপিং-মোডীৰ বৈঠক! মোদীয়ে ক’লে, ‘পাৰস্পৰিক বিশ্বাসেৰেই আগবাঢ়িব সম্পৰ্ক’

ইতিবাচক জিনপিং-মোডীৰ বৈঠক! মোদীয়ে ক’লে, ‘পাৰস্পৰিক বিশ্বাসেৰেই আগবাঢ়িব সম্পৰ্ক’

দেওবাৰে পুৱা এছচিঅ’ৰ বৈঠকৰ পূৰ্বে বহু চৰ্চিত ভাৰত-চীন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। চীনৰ বন্দৰ চহৰ টিয়ানজিনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক; দিল্লীত জৰুৰীকালীন অৱতৰণ

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক; দিল্লীত জৰুৰীকালীন অৱতৰণ

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক। দেওবাৰে পুৱা উৰণৰ কিছু সময়ৰ পিছতে বিমানখন দিল্লীলৈ ওভোতাই অনা হয়। বিমানখন উৰণৰ...

মহেন্দ্ৰ সিং ধোনীক মেন্টৰৰ প্ৰস্তাৱ! প্ৰাক্তন কেপ্টেইন কুলক ডাঙৰ দায়িত্ব দিবলৈ আগ্ৰহী ব’ৰ্ড?

মহেন্দ্ৰ সিং ধোনীক মেন্টৰৰ প্ৰস্তাৱ! প্ৰাক্তন কেপ্টেইন কুলক ডাঙৰ দায়িত্ব দিবলৈ আগ্ৰহী ব’ৰ্ড?

মহেন্দ্ৰ সিং ধোনী! পৰিসংখ্যাগতভাৱে ভাৰতৰ সফল অধিনায়ক। তেওঁ নিজৰ সময়ছোৱাত উপলব্ধ আইচিচিৰ সকলো ট্ৰফী লাভ কৰিছে। তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী। এইবাৰ...

অন্তৰ গলিল নে সংকট আঁতৰিল! ছেপ্টেম্বৰ মাহত মণিপুৰ ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে; বিৰোধীৰ হেঁচাতে এই সিদ্ধান্ত?

অন্তৰ গলিল নে সংকট আঁতৰিল! ছেপ্টেম্বৰ মাহত মণিপুৰ ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে; বিৰোধীৰ হেঁচাতে এই সিদ্ধান্ত?

তথ্য অনুসৰি মণিপুৰৰ মাটিত শেষবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৰি দিছিল ২০২২ চনৰ ২২ ফেব্ৰুৱাৰীত। ইয়াৰ পিছত ২০২৩ চনৰ মে’...

Page 49 of 5981 1 48 49 50 5,981

Stay Connected

Recent News