NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

দেওবাৰে নিশা ককৰোচ জনতা পাৰ্টিৰ সহ আহ্বায়ক আশুতোষ ৰাংকা আৰু দলৰ কৰ্মীসকলক অসম আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হয়।...

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

সশস্ত্ৰ যোদ্ধাৰ এটা দলে পাকিস্তানৰ সীমান্ত পাৰ হৈ আফগানিস্তানত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কাবুলে দাবী কৰে যে ইছলামিক...

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশীয়ে উত্তৰাখণ্ডৰ বদ্ৰীনাথত সংগীত কনচাৰ্টকে ধৰি এটা সাংস্কৃতিক মহোৎসৱৰ আয়োজনক তীব্ৰ...

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে সপ্তাহত ৫ কৰ্মদিনকে ধৰি একাধিক দাবীৰ ভিত্তিত ​​২৮ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান জনাইছিল।...

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

আকৌ এবাৰ ক্ৰিকেট বিশ্বৰ সিংহাহনত 'কিং কোহলী'। তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে অনায়াসে জয়লাভ কৰিলে। শুভমন গিলৰ দলটোৱে...

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

ৰাজ্যত ককৰোচ জনতা পাৰ্টীৰ (চিজেপি) স্বেচ্ছাসেৱক তথা 'জেন জি' প্ৰজন্মৰ একাংশ ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।...

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে ককৰোচ জনতা পাৰ্টীয়ে অহা ২ অক্টোবৰৰ পৰা পুনৰ আন্দোলনৰ...

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

বিগত চাৰি বছৰত সমগ্ৰ দেশজুৰি মুঠ ১১১ গৰাকী সাংসদ আৰু বিধায়কে নিজৰ দল সলনি কৰিছে। ভাৰতৰ নিৰ্বাচন নিৰীক্ষণ সংস্থা 'এছ'চিয়েশ্যন...

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ভাৰতত শিক্ষিত যুৱ সমাজৰ মাজত নিবনুৱা সমস্যাই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। চৰকাৰী শীৰ্ষ নীতি নিৰ্ধাৰণকাৰী সংস্থা নীতি আয়োগৰ শেহতীয়া...

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

অপেনএআইৰ এটা স্বয়ংক্ৰিয় এজেণ্টে অষ্ট্ৰেলিয়াৰ এখন চৰকাৰী ৱেবছাইটত অনুপ্ৰৱেশ কৰি ব্যক্তিগত এনক্ৰিপচন চাবি (private encryption keys) বিচৰাৰ চাঞ্চল্যকাৰী ঘটনা পোহৰলৈ...

Page 61 of 6726 1 … 60 61 62 … 6,726

Stay Connected

Recent News