আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা : তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ
আফগানিস্তানত ভূমিকম্পত প্ৰাণক হেৰুওৱা লোকসকলক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে, “আফগানিস্তানত ভূমিকম্পত...













