• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোৰ্ট মাৰ্শ্বেলত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ আই এছ আইৰ প্ৰাক্তন মুৰব্বীক! তেওঁৰ বিৰুদ্ধে কি অভিযোগ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2025 7:45 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ প্ৰাক্তন মুৰব্বী ফইজ হামিদক দোষী সাব্যস্ত কৰা হৈছে। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেলগৰাকীক সামৰিক আদালতত ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

যোৱা বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে পাকিস্তান সেনাই। এসময়ত হামিদ আছিল অন্যতম ক্ষমতাশালী ব্যক্তি। বিভিন্ন মহলে তেওঁৰ এই পৰিণতিক অভূতপূৰ্ব বুলি গণ্য কৰে।

Apply Now

ফাইজ হামিদে ২০১৯ চনৰ পৰা ২০২১ চনলৈকে বৰ্তমান কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ কাৰ্যকালতপাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ নেতৃত্ব দিছিল।

তেওঁ ইমৰাণ খানৰ কঠোৰ সমৰ্থক হিচাপে পৰিচিত আছিল আৰু ২০২২ চনত খানক অনাস্থা ভোটত অপসাৰণ কৰাৰ কিছু সময়ৰ পিছতে তেওঁ আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰিছিল।

পাকিস্তানৰ এজন আই এছ আইৰ মুৰব্বীক প্ৰথমবাৰৰ বাবে কোৰ্ট মাৰ্শ্বেল কৰা হৈছে। তেওঁৰ অধিবক্তাই কয় যে তেওঁ এই ৰায়ৰ বিৰুদ্ধে আপীল কৰাৰ পৰিকল্পনা কৰিছে।

পাকিস্তানী সেনাই কয় যে হামিদৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উঠিছিল। প্ৰথম অভিযোগ আছিল যে শেহতীয়াকৈ তেওঁ ৰাজনীতিৰ লগত জড়িত হৈ পৰিছে। গোপন আৰু স্পৰ্শকাতৰ তথ্যৰ অপব্যৱহাৰৰ অভিযোগো উঠে হামিদৰ বিৰুদ্ধে। এই সকলো অভিযোগতে তেওঁক দোষী সাব্যস্ত কৰা হৈছে।

২০২৪ চনৰ আগষ্ট মাহত সামৰিক আদালতত হামিদৰ বিৰুদ্ধে শুনানি আৰম্ভ হৈছিল।১৫ মাহতকৈ অধিক সময়ৰ শুনানিৰ অন্তত বুধবাৰে এই আই এছ আই চোৰাংচোৱাগৰাকীক দোষী সাব্যস্ত কৰা হয়। পাকিস্তান সেনাই কয় যে শুনানিৰ সময়ত হামিদক সকলো আইনী সুবিধা দিয়া হৈছিল।

কিন্তু ইয়াতেই শেষ নহয়। পাকিস্তান কৰ্তৃপক্ষই কয় যে হামিদৰ বিৰুদ্ধে আন অভিযোগো উত্থাপন হৈছে। তাৰে এটা হ’ল হামিদ ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰা আৰু পাকিস্তানৰ স্থিতাৱস্থা বিঘ্নিত কৰাৰ ষড়যন্ত্ৰত জড়িত আছিল। দাবী কৰা হৈছে যে তেওঁ কেইবাজনো ৰাজনৈতিক নেতাৰ সহযোগত এই কাম কৰিছিল। এই সকলোবোৰ অভিযোগৰ তদন্ত চলি থকা বুলি পাকিস্তান প্ৰশাসনে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd