NE NOW NEWS

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ডিগবৈত চুৰি তেলৰ ড্ৰামৰ সৈতে গাড়ী জব্দ

ডিগবৈত চুৰি তেলৰ ড্ৰামৰ সৈতে গাড়ী জব্দ

ডিগবৈত সঘনে ঘটি থকা তেল চুৰিৰ মাজতে যোৱা ২৪ নৱেম্বৰত চুৰি তেলৰ ড্ৰামৰ সৈতে এখন গাড়ী জব্দ কৰে মাকুম আৰক্ষীয়ে।...

এ পি এছ চিৰ কেলেংকাৰি : ৰাজৰ্ষি সেন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

এ পি এছ চিৰ কেলেংকাৰি : ৰাজৰ্ষি সেন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

প্ৰাক্তন কৃষি মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাক এ পি এছ চি কেলেংকাৰিৰ গোচৰত আজি আৰক্ষীয়ে বিশেষ আদালত...

বাক্সাত খটীয়া পহু উদ্ধাৰ

বাক্সাত খটীয়া পহু উদ্ধাৰ

কালি বাক্সা জিলাৰ ককলাবাৰীত গাওঁবাসীয়ে এটা খটীয়া পহু উদ্ধাৰ কৰে। নাদত পৰি থকা পহুটো কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হয়। গাওঁবাসীৰ পৰা...

বনৰীয়া হাতীৰ আক্ৰমণত বিহালীত এজনৰ মৃত্যু

বনৰীয়া হাতীৰ আক্ৰমণত বিহালীত এজনৰ মৃত্যু

যোৱা নিশা বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে। নিহত লোকজনক বিহালীৰ বৰাজুলি...

ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

মানুহৰ ভুলৰ বাবেই অসমত হাতী-মানুহৰ ক্ৰমবৰ্ধিত সংঘাতে গুৰুতৰ ৰূপ লৈছে। লোকালয়ত হাতীৰ অনুপ্ৰৱেশকে ধৰি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ খবৰ এতিয়া স্বাভাৱিক...

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত পুনৰ কাইলৈৰ পৰা উচ্ছেদ অভিযান

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত পুনৰ কাইলৈৰ পৰা উচ্ছেদ অভিযান

গুৱাহাটী মহানগৰীৰ দাঁতিতে থকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত কাইলৈৰ পৰা উচ্ছেদ অভিযান পুনৰ আৰম্ভ হ'ব। এই কথা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা...

গুৱাহাটীত হ’ব পাইপড গেছৰ সংযোগ

গুৱাহাটীত হ’ব পাইপড গেছৰ সংযোগ

গুৱাহাটীবাসীৰ প্ৰতি সুখবৰ কঢ়িয়াই দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড (DNPL) ৰ এটা সূত্ৰই কৈছে যে গুৱাহাটীবাসীৰ বাবে অচিৰেই পাইপেৰে ৰন্ধন গেছৰ...

বক্সাৰ অংকুশিতা বড়োলৈ ২লাখ টকাৰ অৰ্থ-সাহায্য বিটিচি প্ৰশাসনৰ

বক্সাৰ অংকুশিতা বড়োলৈ ২লাখ টকাৰ অৰ্থ-সাহায্য বিটিচি প্ৰশাসনৰ

অসমৰ বক্সাৰ অংকুশিতা বড়োলৈ বিটিচি প্ৰশাসনে ২ লাখ টকাৰ অৰ্থ-সাহায্য ঘোষণা কৰিছে। বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি...

৩ আৰু ৪ ফেব্ৰুৱাৰিত আছাম গ্ল’বেল ইনভেষ্টৰছ ছামিট

৩ আৰু ৪ ফেব্ৰুৱাৰিত আছাম গ্ল’বেল ইনভেষ্টৰছ ছামিট

দেশী-বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে অহা বছৰৰ ফেব্ৰুৱাৰি ৩ আৰু ৪ তাৰিখত আছাম গ্ল’বেল ইনভেষ্টৰছ ছামিট অনুষ্ঠিত হ’ব। এই কথা...

Page 6715 of 6726 1 … 6,714 6,715 6,716 … 6,726

Stay Connected

Recent News