• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ কমিটি গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2017 4:00 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি বঙাইগাঁও জিলাত আকছু (সদৌ অসম কলিতা ছাত্ৰ সন্থা)ৰ সাংগঠনিক ভেটি সবল কৰাৰ অৰ্থে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন উদ্যমী যুৱকৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। এই সাধাৰণ সভাখনত সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতি গঠনৰ লগতে সমগ্ৰ অসমজুৰি পালন হোৱা চহিদ দিৱস উপলক্ষেও অসম মাতৃৰ বাবে নিস্বাৰ্থ বলিদান দিয়া ৮৫৫ জন চহিদক স্মৰণ কৰা হয় । সভাখনৰ সভাপতিত্ব কৰে আকছুৰ ৰাজ্যিক সভাপতি ড০ দীপাংকৰ কলিতাই । অনুষ্ঠানত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ৰাজ্যিক সভাপতি ড০ সোণেশ্বৰ কলিতাই কলিতা জনগোষ্ঠীয়ে ভুগি থকা সমস্যাৰাজিৰ লগতে জনগোষ্ঠীটোৰ কল্যাণাৰ্থে সংগঠনকেইটাৰ উমৈহতীয়া দাবীসমূহৰ বিষয়ে বিস্তৃতভাৱে উপস্থিত ৰাইজৰ আগত উত্থাপন কৰে । সভাত কলিতা জনগোষ্ঠী সন্নিলন, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ভূপেন কলিতা, আকছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপাংকৰ কলিতা(কনিষ্ঠ) উপস্থিত থাকে । সভাৰ আৰম্ভণিতে অসমৰ ৮৫৫ জন চহিদক সুঁৱৰি তেওঁলোকৰ ত্যাগ, মহানতা, বীৰতাক স্মৰণ কৰা হয় ।

উল্লেখযোগ্য যে সমগ্ৰ অসমজুৰি প্ৰায় ৬০ লাখ কলিতা জনগোষ্ঠীয় লোক থকাৰ পিছতো কেৱল নিৰ্বাচনৰ সময়ত ভোটবেংক চহকী কৰাৰ স্বাৰ্থত ৰাজনৈতিক দল সমূহে কিছুমান ভুৱা আশ্ৰাস, প্ৰতিশ্ৰুতি দি কলিতা জনগোষ্ঠীটোক শোষণ কৰি অহা কাৰ্যত তীব্ৰ অসন্তুস্তি প্ৰকাশ কৰিছে দুয়োটা সংগঠনে । প্ৰতিখন চৰকাৰ গঠনত কলিতা জনগোষ্ঠীৰ লোকৰ অৰিহণা যথেষ্ট আছে বুলি দাবী কৰি সংগঠনকেইটাৰ নেতৃত্বই শীঘ্ৰে কলিতা জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত জনজাতিকৰণ, উন্নয়ন পৰিষদ গঠন আদি বিভিন্ন দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনায় । সভাই শতাধিক কলিতা জনগোষ্ঠীয় লোক তথা যুৱকসকলৰ উপস্থিতিত বঙাইগাঁও জিলাৰ কলিতা জনগোষ্ঠীৰ উদ্যমী যুৱক নীলমণি কলিতাক মুখ্য আহবায়ক,মুনীন্দ্ৰ দাস আৰু দীপজ্যোতি কলিতাক আহবায়ক, অকণ কলিতা আৰু দীপক দাসক উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী আহবায়ক সমিতি গঠন কৰা হয়। উক্ত সাধাৰণ সভাতে নৱগঠিত আহবায়ক সমিতিখনে আগন্তুক এমাহৰ ভিতৰতে জিলাখনৰ বিভিন্ন প্ৰান্তত শাখা সমিতি গঠন কৰি পূৰ্ণাংগ ভাৱে জিলা সমিতিখন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd