NE NOW NEWS

এন ই নাও নিউজ ব্যুৰো, কলকাতা:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

অসম দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ বাবে নতুন দুৱাৰমুখ : মুখ্যমন্ত্ৰী সোণোৱাল

অসম দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ বাবে নতুন দুৱাৰমুখ : মুখ্যমন্ত্ৰী সোণোৱাল

এসময়ত এক অনগ্ৰসৰ অঞ্চল হিচাপে বিবেচনা কৰা অসম তথা উত্তৰ পূব বৰ্তমান দক্ষিণ এছিয়াৰ ১০ খন দেশৰ সৈতে সংযোগৰ ক্ষেত্ৰত...

পঞ্চায়তৰ নথিত মহিলাৰ নামৰ বিপৰীতে পুৰুষৰ ফটো

গোৱালপাৰাৰ এটা সূত্ৰৰ পৰা এই কথা গম পোৱা গৈছে যে  ইয়াৰ গাওঁ পঞ্চায়তে এগৰাকী মহিলাৰ নামত প্ৰদান কৰা এখন প্ৰমাণপত্ৰত...

যোৰহাটত পিষ্টল, নিষিদ্ধ ড্ৰাগছ সহ যুৱক ধৃত

যোৰহাটত পিষ্টল, নিষিদ্ধ ড্ৰাগছ সহ যুৱক ধৃত

যোৰহাটৰ মহিন্দ্ৰ শ্ব’ৰূমৰ পৰা আজি এগৰাকী যুৱকক এটা পইণ্ট ৩২ পিষ্টলৰ লগতে গুলীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে যুৱকজনৰ জিম্মাৰ পৰা কিছু...

লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান : ১৮টা ঘৰ উচ্ছেদ

লখিমপুৰৰ কাকৈ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান : ১৮টা ঘৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি কাকৈ সংৰক্ষিত বনাঞ্চলত ব্যাপক উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনৰ এজন উচ্চপদস্থ বিষয়াই কয় যে বহু কেইবিঘা...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন ৰিয়েলিটী শ্ব’লৈ গোৱালপাৰাৰ লুনা দেৱী

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন ৰিয়েলিটী শ্ব’লৈ গোৱালপাৰাৰ লুনা দেৱী

সংগীতৰ ক্ষেত্ৰখনত নতুন আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ গোৱালপাৰাৰ সন্তান কণমানি লুনা দেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন চেনেল কালাৰ্চত চলিব...

চৰাইদেউত দিব্যাংগ যুৱকক প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াই

চৰাইদেউত দিব্যাংগ যুৱকক প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াই

চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পকমল বৰুৱাৰ ওপৰত দিব্যাংগ যুবকক প্ৰহাৰৰ অভিযোগ উঠিছে। অভিযোগমতে, সামান্য অজুহাততে এইজন আৰক্ষী...

শোণিতপুৰৰ বৰভগীয়াত কাউৰীৰ অস্বাভাৱিক মৃত্যু

শোণিতপুৰৰ বৰভগীয়াত কাউৰীৰ অস্বাভাৱিক মৃত্যু

এন ই নিউজ ব্যুৰো, গুৱাহাটী : শোণিতপুৰ জিলাৰ বৰভগীয়া গাঁৱত ক’লা কাউৰী বগা হৈ মৃত্যু মুখত পৰা এক চাঞ্চল্যকৰ ঘটনা...

অসম-অৰুণাচল সীমান্তৰ বৰডুমচাত অৰুণাচল আৰক্ষীৰ জিম্মাত অসমীয়া যুৱকৰ মৃত্যুক লৈ উত্তেজনা

অসম-অৰুণাচল সীমান্তৰ বৰডুমচাত অৰুণাচল আৰক্ষীৰ জিম্মাত অসমীয়া যুৱকৰ মৃত্যুক লৈ উত্তেজনা

অৰুণাচলৰ চাংলাং জিলাৰ ডিয়ুন আৰক্ষী থানাত এজন অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু হোৱাক লৈ অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চল বৰডুমচাত উত্তেজনাৰ...

নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজ্যৰ দহটা ছাত্ৰ সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজ্যৰ দহটা ছাত্ৰ সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

সদৌ অসম ছাত্ৰ সন্থা (আছু) ৰ নেতৃত্বত দহটা সংগঠনে অসমৰ ছখন সীমান্ত জিলা ক্ৰমে যোৰহাট, গোলাঘাট, চৰাইদেও, শিৱসাগৰ, কাৰ্বি আংলং...

পঞ্চায়তৰ নথিক বৈধতা দিয়াৰ অনুৰোধ জনাই এক লাখ পত্ৰ প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ

পঞ্চায়তৰ নথিক বৈধতা দিয়াৰ অনুৰোধ জনাই এক লাখ পত্ৰ প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ

এন আৰ চিৰ উন্নীতকৰণক লৈ বৰ্তমানেও কিছু সংখ্যক ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত উৎকণ্ঠাৰ অন্ত পৰা নাই। অসমৰ জনসাধাৰণে বিদেশীমুক্ত এখন...

Page 6716 of 6726 1 … 6,715 6,716 6,717 … 6,726

Stay Connected

Recent News