• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

৪০০ হিন্দু পৰিয়ালক ঘূৰাই অনাৰ সিদ্ধান্ত ম্যানমাৰ চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2017 7:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰ চৰকাৰে ৰহিঙীয়া সংকটৰ সময়ত বাংলাদেশলৈ পলাই যোৱা ৪০০ হিন্দু পৰিয়ালক ঘূৰাই অনাৰ পদক্ষেপ ল’ব। দেশখনৰ সমাজ কল্যাণ আৰু সাহায্য তথা পুনৰ সংস্থাপন মন্ত্ৰী ড০ ৱিন ম্যাত আয়েই যোৱা বৃহস্পতিবাৰে সংবাদিকৰ আগত এই কথা ব্যক্ত কৰে। উক্ত দিনা প্ৰশাসনিক ৰাজধানী নেইপেইতাওত হোৱা য়ুনিয়ন এণ্টাৰপ্ৰাইজ ফৰ হিউমেনিটেৰিয়ান এছিছটেন্স, ৰিছেটলমেণ্ট এণ্ড ডেৱেলমেণ্ট ইন ৰেখাইন ডিষ্ট্ৰিকতৰ (Union Enterprise for Humanitarian Assistance, Resettlement and Development in Rakhine State (UEHRD)) এখন সভাত মন্ত্ৰীগৰাকীয়ে এই স্থিতি ব্যক্ত কৰে। ইতিপূৰ্বে ম্যামমাৰ চৰকাৰে দেশত্যাগী হিন্দু লোকসকলৰ বাবে তেওঁলোক ঘূৰি আহিবৰ বাবে পূৰাব লগীয়া আৱেদন প্ৰ-পত্ৰ প্ৰেৰণ কৰিছে বুলিও জনায়। ‘আমি থকা ঘৰৰ সংখ্যা চাই লৈ আৰু অধিক আৱেদন প্ৰ-পত্ৰ প্ৰেৰণ কৰিম।‘ এইদৰে কয় মন্ত্ৰীজনে। উল্লেখযোগ্য যে যোৱা ২২ নৱেম্বৰত ম্যানমাৰ আৰু বাংলাদেশ চৰকাৰে ভগনীয়াসকলৰ পুনৰ সংস্থাপন বিষয়ত এক বুজাবুজিৰ চুক্তিত উপনীত হৈছিল। পৰৱৰ্তী তিনি সপ্তাহৰ ভিতৰত এখন যুটীয়া কমিটি গঠন কৰিবলৈ আৰু দুমাহৰ ভিতৰত পুনৰসংস্থাপন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ দুয়োখন দেশ সন্মত হৈছিল। মন্ত্ৰীজনে জনোৱা মতে, ম্যামমাৰ চৰকাৰে হিন্দু শৰণাৰ্থীসকলৰ অনুৰোধত আৱেদন পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰীজনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে যে যিসকল ম্যানমাৰলৈ স্বেচ্ছাই ঘূৰি অহাৰ প্ৰতি আগ্ৰহী তেওঁলোকলৈহে আৱেদন পত্ৰ প্ৰেৰণ কৰিব আৰু তেওঁলোককহে গ্ৰহণ কৰিব। ‘আমি তেওঁলোকৰ বাবে থকা-মেলাৰ ব্যৱস্থা কৰি আছো। উদাহৰণস্বৰূপে আমি নাগা খু য়া আৰু টৌং পিয়ো লেট ৱেই গাঁৱত ঘৰ বনোৱাৰ পৰিকল্পনা কৰিছো, য’ত ঘৰবোৰ জ্বলাই দিয়া হৈছিল।

আনহাতে ৰেখাইন প্ৰদেশৰ বুথিদৌং সমষ্টিক প্ৰতিনিধিত্ব কৰা আৰাকানী বিধায়ক য়ু আং থৌং শ্বিৱে চৰকাৰক পুনৰ সংস্থাপন চুক্তিখন ৰাজহুৱা নকৰা বাবে সমালোচনা কৰে। তেওঁ কয় যে যদিহে বাংলাদেশীসকলক ঘূৰাই অনা হয়, তেন্তে আৰাকানীসকলে তেওঁলোকৰ নিজৰ চহৰ এৰি যাবগৈ। কাৰণ এই শৰণাৰ্থীসকলৰ লগতে বিদ্ৰোহী সংগঠনৰ লোকো প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

Apply Now

কোৱা উচিত হ’ব যে ৰাষ্ট্ৰসংঘৰ হিচাপ মতে যোৱা ২৫ আগষ্টৰ পৰা ৬ লাখতকৈও অধিক সংখ্যক ৰহিঙীয়া বাংলাদেশলৈ পলাই গৈছিল, যিটো পৰিসংখ্যা ম্যানমাৰ চৰকাৰে অস্বীকাৰ কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd