NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

সোমবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জি এম চি এইচ) ৰ অৰ্থ'পেডিক বিভাগত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পাছতে ৰোগী অভিভাৱকৰ মাজত...

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ছাবস্ক্ৰিপচন ভিত্তিক কন্টেন্ট প্লেটফৰ্ম অনলিফেন্সে ২০২৪ চনত এপল, এনভিডিয়া, গুগল, আৰু মাইক্ৰ’ছফ্টৰ দৰে টেক জায়ান্টক অতিক্ৰম কৰি প্ৰতিজন কৰ্মচাৰীৰ ৰাজহৰ...

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

দেশৰ দ্বিতীয় বৃহত্তম টেক কোম্পানী ইনফ’ছিছে কৰ্মচাৰীসকলৰ কৰ্ম অৰু জীৱনৰ মাজত ভাৰসাম্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ...

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে (৯ জুলাই) সমগ্ৰ দেশতে সাধাৰণ ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। বেংক, বীমা, ডাক সেৱা, কয়লা খনি, পৰিবহণকে ধৰি বহুকেইটা খণ্ডৰ...

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

ৰাজস্থানৰ ৰুক্ষ আৰু কঠিন মৰুভূমিত সিহঁতে মুক্তভাৱে ঘূৰি ফুৰে। ইহঁতৰ সহনশীলতা, চলাফুৰা আৰু জীয়াই থকাৰ ক্ষমতাই বিজ্ঞানীসকলক বাৰে বাৰে আপ্লুত...

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

ব্যৰ্থ চেষ্টাৰ ফলত মানসিক ভাবে ভাঙি পৰা এজন যুৱকে অৱশেষত হাৰ মানিলে জীৱনত। ভগৱান শিৱলৈ আৱেগিক চিঠি লিখি আত্মহত্যা কৰিলে...

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাইত ‘কাবুতৰ খানা’ নামেৰে পৰিচিত পাৰ চৰাইৰ ৫১টা খাদ্য প্ৰদান কৰা স্থান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই...

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

মহাকাশলৈ মানুহ পঠিয়াবলৈ সাজু হোৱা একেখন ভাৰততে ডাইনী সন্দেহত মৰিয়াই মৰা, ক’লা যাদু, অন্ধবিশ্বাসৰ চৰ্চা এতিয়াও একে গতিৰে চলি আছে।...

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (এছআইআৰ) প্ৰক্ৰিয়াক লৈ চলি থকা আইনী বিতৰ্কৰ প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ ক্ষমতাৰ সীমা সন্দৰ্ভত...

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

সোমবাৰে বিষয়াসকলে জানিবলৈ দিয়া মতে, অসম চৰকাৰে দুখন জিলাৰ বেদখলৰ পৰা ৪ হাজাৰ বিঘাতকৈ অধিক (৫৪০ হেক্টৰৰো অধিক) মাটি মুক্ত...

Page 863 of 6678 1 … 862 863 864 … 6,678

Stay Connected

Recent News