এএমচিএইচত ১০০ বিচনাযুক্ত পেডিয়াট্ৰিক আইচিইউ স্থাপনৰ বাবে যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পাতাল(এএমচিএইচ)ত ১০০খন বিচনাযুক্ত আইচিইউ স্থাপনৰ বাবে যুৱৰাজ সিং ফাউণ্ডেশ্যন আৰু এএমচিএইচৰ মাজত শুকুৰবাৰে এখন বুজাবুজিৰ চুক্তি...