• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাল খৱৰ! ডিব্রুগড়ৰ কোভিড পজিটিভ মহিলাই এএমচিএইচত জন্ম দিলে যমজ সন্তানৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
May 22, 2021 8:58 am
Covid-2-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ত শুকুৰবাৰে অসম মেডিকেল কলেজ হাস্পাতালত (এএমচিএইচ) এগৰাকী কোভিড-১৯ পজিটিভ মহিলাই যমজ সন্তানৰ জন্ম দিয়ে।

এএমচিএইচৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে নৰ্থইষ্ট নাওৰ আগত কয়,’’আমাৰ বাবে এইটো এটা ভাল খৱৰ যে এগৰাকী কোভিড পজিটিভ মহিলাই যমজ সন্তানৰ জন্ম দিছে। মই পৰিয়ালটোৰ লগতে সফল অস্ত্ৰোপচাৰৰ বাবে চিকিৎসা কৰ্মীসকলক অভিনন্দন জনাইছো।‘’

Apply Now

‘’যমজ শিশু দুটিৰ এটি ল’ৰা আৰু আনটো কন্যা শিশু আৰু দুয়োটিৰে কোভিড নিগেটিভ। ডিব্ৰুগড়ৰ মৰান অঞ্চলৰ ৩৪বছৰীয়া মহিলাগৰাকী বিয়াৰ ১৪ বছৰ পাছতো সন্তান নোহোৱাৰ বাবে আই ভি এফ প্ৰযুক্তিৰ সহায়ত আগবাঢ়িছিল,’’-ডাঃ কাকতিয়ে কয়।

যোৱা ১৯মে’ৰ নিশা প্ৰসৱজনিত সমস্যা দেখা দিয়াত প্ৰসূতিগৰাকীক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পাতাললৈ লৈ যোৱা হৈছিল।

কাকতিয়ে কয়,’’পৰীক্ষাৰ সময়ত তেওঁৰ কোভিড পজিটিভ পোৱাত এএমচিএইচলৈ প্ৰেৰণ কৰা হয়। তেওঁৰ সংকটজনক অৱস্থালৈ চাই প্ৰসূতি বিভাগৰ মুৰব্বী ডাঃ ৰমেশ সোণোৱালৰ নেতৃত্বত চিকিৎসক আৰু নাৰ্ছৰ এটা টীমে অস্ত্ৰোপচাৰৰ জৰিয়তে সফলতাৰে যমজ সন্তানৰ প্ৰসৱ কৰোৱায়।‘’

‘’মাক আৰু সন্তান দুটি বৰ্তমান সুস্থ। ল’ৰা শিশুটিৰ ওজন ২.৫কেজি আৰু কন্যা শিশুটিৰ ওজন ২কেজি আৰু দুয়োটিৰে কোভিড নিগেটিভ। যমজ দুটিক নৱজাতক পৰিচৰ্যা শাখাত ৰখা হৈছে। ৩৫ সপ্তাহতে নিৰ্দ্ধাৰিত সময়তকৈ আগতে জন্মলাভ কৰা বাবে আমি জণ্ডিছ প্ৰতিৰোধ কৰিবলৈ ফটোথেৰাপি দি আছো,’’-অধ্যক্ষগৰাকীয়ে কয়।

ইপিনে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এটা টুইটৰ জৰিয়তে কোভিড পজিটিভ  প্ৰসূতিগৰাকীক সফলতাৰে প্ৰসৱ কৰোৱাৰ বাবে এএমচিএইচৰ চিকিৎসক আৰু নাৰ্ছৰ টীমটোক অভিনন্দন জনাইছে।

It's profoundly heartwarming to see a mother, who is Covid +ve, holding her twin babies born through IVF. Extremely proud of the @AMCHDibrugarh doctors and nursing team for the successful delivery. 👍👍👍@himantabiswa @nhm_assam pic.twitter.com/Rgbx12m64G

— Keshab Mahanta (@keshab_mahanta) May 21, 2021

শুকুৰবাৰে ডিব্ৰুগড়ত ৩৬৭ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

Tags: COVID-19
অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd