Kalpa Saikia

Kalpa Saikia

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

ল’কডাউন অমান্য কৰাৰ অপৰাধত মহানগৰীত চাৰিজন লোকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

ল’কডাউন অমান্য কৰাৰ অপৰাধত মহানগৰীত চাৰিজন লোকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

চৰকাৰে জনসমাবেশ অথবা ভিৰ নকৰিবলৈ জনাধাৰণক বাৰেপতি আহ্বান জনাই অহাৰ পিছতো একাংশ ধৰ্মান্ধ লোকে ইয়াক ভেঙুচালি কৰি আছে চৰকাৰী নিৰ্দেশ।...

index

প্ৰকৃততে কেতিয়া ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল! নৰ্থ ইষ্ট নাওক কি ক’লে ছেবাৰ অধ্যক্ষই ?

ল'কডাউন অন্ত পৰাৰ পাছতহে গ্ৰহণ হ'ব মেট্ৰিকৰ ফলাফল দিয়াৰ সিদ্ধান্ত। এই কথা জনালে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। একাংশ সংবাদমাধ্যমত...

Gauhati HC stays bail of Akhil Gogoi

অখিল গগৈৰ জামিনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিনৰ ক্ষেত্ৰত বুধবাৰে স্থগিতাদেশ জাৰি কৰিছে। উচ্চ ন্যায়ালয়ে ১৯ এপ্ৰিলত পুনৰ বিষয়টোৰ শুনানি গ্ৰহণ কৰিব।...

ল’কডাউনৰ সময়ত সাহায্য বিতৰণত বিজেপিয়ে কৰিছে গেৰুৱাকৰণ : ৰিপুন বৰা

ল’কডাউনৰ সময়ত সাহায্য বিতৰণত বিজেপিয়ে কৰিছে গেৰুৱাকৰণ : ৰিপুন বৰা

ল'কডাউনৰ সময়ছোৱাত বিজেপিয়ে দৰিদ্ৰ লোকক সাহায্য বিতৰণৰ ক্ষেত্ৰত গেৰুৱাকৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। ‘দৰিদ্ৰ লোকক...

মুকলি আকাশৰ তললৈ অহা বাট প্ৰশস্ত ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ

মুকলি আকাশৰ তললৈ অহা বাট প্ৰশস্ত ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ

শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হ'ল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)-এ গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ...

Tripura's COVID-19 patient recently travelled Guwahati

ত্ৰিপুৰাৰ ক’ভিড-১৯ আক্ৰান্ত থাকি গৈছিল গুৱাহাটীত, ভ্ৰমণ কৰিছিল বিভিন্ন স্থান

মহানগৰবাসীৰ বাবে এক ভয়ংকৰ খবৰ। ত্ৰিপুৰাৰ প্ৰথমগৰাকী ক’ভিড-১৯ আক্ৰান্ত গীতাৰাণী কৰ্মকাৰ নামৰ ৩৫ বছৰীয়া মহিলা গৰাকী দুদিন ধৰি আছিল গুৱাহাটীত।...

a753a871-a484-4a8a-9cbc-204be60f5b38

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

লকডাউন চলি থকাৰ মাজত বহু দুখীয়া পৰিয়ালে বৰ্তমানলৈকে চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী লাভ নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে...

Ripun Borah

ৰাজ্যৰ সংবাদ কৰ্মী সকলকো স্বাস্থ্য বীমাৰ অধীনলৈ আনিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

ক’ৰ’না ভাইৰাছৰ মহা সংকটৰ সময়ত ৰাজ্যৰ আৰক্ষী, চিকিৎসকে ধৰি স্বাস্থ্য কৰ্মী তথা কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জড়িত চৰকাৰী বিষয়া...

ahsec final year biology exam

এইবাৰ AHSECৰ উঃ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা

অসমত এইবাৰ শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা আছে। এক উচ্চস্তৰীয় সূত্ৰমতে প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্রীকে...

Page 178 of 317 1 177 178 179 317

Recent News