• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2020 9:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউন চলি থকাৰ মাজত বহু দুখীয়া পৰিয়ালে বৰ্তমানলৈকে চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী লাভ নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

ইয়াৰ উপৰি, ৰেচন কাৰ্ড থকা পৰিয়ালে যোৱা মাহৰ চাউল লাভ কৰিলে যদিও এপ্ৰিল মাহৰ চাউল লাভ কৰা নাই। সেই চাউল অতি সোনকালে বিতৰণ কৰিবলৈও বিধায়কগৰাকীয়ে আহ্বান জনায়।

Apply Now

উল্লেখ্য যে মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা সকলক ১০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছিল। যিবিলাক গাঁও পঞ্চায়তৰ অধীনত ৫ হাজাৰ জনবসতি আছে সেইবোৰত ১৫০ টা পৰিয়ালে ১০০০ টকাকৈ লাভ কৰিব বা ৫ হাজাৰৰ পৰা ১০ হাজাৰ লোকৰ ভিতৰত ২০০ টা পৰিয়ালে এই সুবিধা লাভ কৰিব বুলি সিদ্ধান্ত লৈছিল।

বিধায়ক ৰূপজ্যোতিৰ মতে এই সিদ্ধান্ত সুনিশ্চিত হোৱা নাই।

এই সন্দৰ্ভত তেওঁ কয় “চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সংখ্যাতকৈ গাঁও পঞ্চায়তসমূহত লোকৰ সংখ্যা ২০, ৩০, ৫০ বা ১০০ টা বেছিকৈও থাকিব পাৰে।”

ৰেচন কাৰ্ড নথকা কোনো দুখীয়া পৰিয়ালে এই ১০০০ টকা লাভ কৰাৰ পৰা যাতে বাদ নপৰে তাৰ বাবে গাঁওবুঢ়া, আশাকৰ্মী আৰু শিক্ষকসকলক ৰেচন কাৰ্ড নথকা লোকসকলক নিৰ্বাচন কৰাত নিয়োগ কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক আহ্বান জনায়।

আনহাতে, স্বাস্থ্য মন্ত্ৰীলৈ অন্য এক আহ্বান জনাই কুর্মীয়ে কয় “এনে পৰিস্থিতিত সকলো ৰাজনৈতিক দলৰে দলপতি আৰু সভাপতি সকলক লগত লৈ স্বাস্থ্য মন্ত্ৰীয়ে এক সৰ্বদলীয় সভা অনুষ্ঠিত কৰিব লাগে।”

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক পত্ৰৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীলৈ এই আহ্বান জনায়।

স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখন
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd