• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুকলি আকাশৰ তললৈ অহা বাট প্ৰশস্ত ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 8, 2020 6:27 pm

1 min read

485
VIEWS
Share on FacebookShare on Twitter

শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হ’ল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)-এ গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালৰ।

মঙলবাৰে NIA আদালতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ জামিন আবেদন মঞ্জুৰ কৰিলে। নেতা দুগৰাকী অখিল গগৈৰ সৈতে একেটা গোচৰত কাৰাৰুদ্ধ হৈ আছিল।

নেতা দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 120/124(A), 153(A) আৰু 153(B) ধাৰাৰ অধীনত 13/19 নম্বৰৰ গোচৰ ৰুজু আছিল। উপযুক্ত প্ৰমাণ নথকাৰ বাবে NIA আদালতে দুয়োজনৰ জামিন মঞ্জুৰ কৰে।

তেওঁলোকৰ হৈ আদালতত যুক্তি আগবঢ়োৱা অধিবক্তা ডিম্পুল চুতীয়াই জানিবলৈ দিয়া মতে ৩০ হাজাৰ টকাৰ আমানত ধন আৰু এজন সাক্ষীৰ বিনিময়ত NIA আদালতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ জামিন মঞ্জুৰ কৰিলে।

যদিহে ধৈৰ্য্য কোঁৱৰ আৰু বিতো সোণোৱালৰ ওপৰত থকা পূৰ্বৰ আন আন গোচৰসমূহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা নহয় তেন্তে অতি নেতা দুগৰাকী শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব পাৰিব।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd