ভোগালীৰ ৰং-আনন্দৰ মাজতো জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ আহ্বান অখিল গগৈৰ
অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতো জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে শুকুৰবাৰে এক সংবাদমেলযোগে অসমবাসীক আহ্বান...