• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰফুল্ল মহন্তই বিধায়ক পদ ত্যাগ কৰি পুনৰ নিৰ্বাচন খেলি জিকি দেখুৱাওক : আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 10, 2019 10:59 pm
Muminul-Awal-Prafulla-Mahanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপই মিত্ৰজোঁট ত্যাগ কৰি ওলাই অহাৰ পাছৰ দিনাই প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিক চৰকাৰ ভংগ কৰি পুনৰ নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান জনাইছিল। সেই একেই প্ৰত্যাহ্বান তেওঁক দিলে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে দীৰ্ঘদিন ধৰি অখিল গগৈক প্ৰত্যাহ্বান জনাই আহিছিল যদিও অখিলক বলে নোৱাৰিলে। কিয়নো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰ্তমানো সবল স্থিতি গ্ৰহণ কৰি আছে কৃষক নেতাজনে। এইবাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক প্ৰত্যাহ্বান জনোৱাত উঠি-পৰি লাগিল বিজেপিৰ মুখপাত্ৰ আৱাল।

Apply Now

আজি বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক টাৰ্গেট কৰি লয় আৱালে। লগতে মহন্তক  বিধায়ক পদ ত্যাগ কৰি পুনৰ নিৰ্বাচন খেলাৰ বাবেও প্ৰত্যাহ্বান জনায়।

‘’প্ৰফুল্ল মহন্তই বিধায়ক পদ ত্যাগ কৰক। বিজেপিৰ ভোটেৰে জয়ী হৈ আহিছিল প্ৰফুল্ল মহন্ত।‘’ সংবামেলত এই মন্তব্য আৱালৰ।

তদুপৰি ‘’পদুমৰ ভোটত জয়ী হৈ উপ-নিৰ্বাচনত হাতীৰ পিঠিত উঠি কেনেকৈ দিচপুৰলৈ আহে চাই ল’ম’’ বুলিও মহন্তৰ প্ৰতি তীৰ্যক বাক্যবান নিক্ষেপ কৰে আৱালে।

ইপিনে, ১৯৮৫ চনৰে পৰাই বঢ়মপুৰ বিধানসভা সমষ্টিত বিধায়ক হৈ অহা আৰু দুবাৰকৈ মুখ্য মন্ত্ৰী হোৱা মহন্তক ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনত বঢ়মপুৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ ভোটতহে জয়ী হৈ অহা বুলি দাবী কৰে আৱালে।

‘’অগপ আৰু বিজেপিৰ মিত্ৰতাত প্ৰফুল্ল কুমাৰ মহন্তই ২০১৬ চনত নিৰ্বাচন খেলিছিল। যদি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ নহ’লহেঁতেন তেন্তে তেওঁ ১৫০০০ ৰ অধিক ভোট নাপালেহেঁতেন।‘’ সংবাদমেলত মহন্তক এইদৰে কটাক্ষ কৰে এসময়ৰ সক্ৰিয় অগপ কৰ্মী আৱালে।

ইপিনে, মানচিং ৰংপিৰ আদৰ্শ পালন কৰিবৰ বাবে প্ৰফুল্ল মহন্তক সংবাদমেলযোগে দাবী জনায় আৱালে।

আৱালৰ মতে ‘‘বিজেপি দলৰ বিধায়ক মানসিং ৰংপি প্ৰথমতে কংগ্ৰেছৰ পৰা জয়ী হৈ আকৌ বিজেপিত যোগদান কৰি পুনৰ নিৰ্বাচন খেলি জয়ী হৈ আহিছিল।‘’

প্ৰণিধানযোগ্য যে, ৰাজনীতিৰ পথাৰত বিৰোধী আৰু শাসকপক্ষৰ বাক্যবানৰ যুঁজখন তীব্ৰতৰ হৈ পৰিছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই যোৱা ৮ জানুৱাৰীৰ দিনা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন ভংগ কৰাৰ বাবে দাবী জনাইছিল।

লগতে প্ৰাক্ নিৰ্বাচনী বুজাবুজিৰ জৰিয়তে গঠন কৰা এই মিত্ৰজোঁটৰ চৰকাৰখনৰ পৰা অংশীদাৰ অসম গণ পৰিষদে অংশীদাৰত্ব ছেদ কৰাৰ পাছত নীতিগতভাৱে সেইখন চৰকাৰ শাসনত থকাৰ কোনো অধিকাৰ নাই বুলিও মহন্তই মন্তব্য কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd