Kalpa Saikia

Kalpa Saikia

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Harun Ali

চাইবাৰ অপৰাধৰ সৈতে জড়িত দিচপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ? শতাধিক চিম, এ টি এম কাৰ্ড জব্দ

দীৰ্ঘদিন ধৰি মোবাইল লেপটপ ইত্যাদি চুৰি বস্তু কম দামত কিনি অধিক দামত বিক্ৰী কৰা কাৰ্য্যত লিপ্ত হৈ থকা দিচপুৰ আইন...

Mahanta

প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে : উপমন্যু হাজৰিকা

‘প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে।‘ বৃহস্পতিবাৰৰ সংবাদমেলত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ...

05-12-18 Silchar- CM panchyut election campaigning (3)

ভোটৰ স্বাৰ্থতেই নে সঁচাকৈয়ে মনৰ কথা ক’লে মুখ্য মন্ত্ৰী সোণোৱালে?

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চাৰিওফালে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মূহুৰ্ততো জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নিমাতী কন্যাৰ ৰূপ লৈছিল ব্ৰহ্মপুত্ৰ...

Rupam AGP BJP

অগপই আমাৰ সৈতে মিত্ৰতা ভংগ কৰিলে : বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ

‘অগপ দলে আমাৰ সৈতে মিত্ৰতা ভংগ কৰিলে।‘ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত বহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম...

Hyena at Zoo

মাত্ৰ দহ দিন পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হায়েনাই সাবটিলে মৃত্যুক

যোৱা ২৫ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ ৰাঁচীৰ ভগৱান বিৰচা প্ৰাণী উদ্যানৰ পৰা অনা হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। কিন্তু দুৰ্ভাগ্যবশতঃ ১ ডিচেম্বৰত শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হায়েনাটোৱে মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি পুৱতি নিশা প্ৰায় ৩ বজাত মৃত্যুক আঁকোৱালি...

Helicopter Pabitra Margherita

পঞ্চায়ত নিৰ্বাচন! প্ৰয়োজনত অধিক হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে : পবিত্ৰ মাৰ্ঘেৰিটা

“ভাৰতীয় জনতা পাৰ্টী পৃথিৱীৰ ভিতৰতে এটা সৰ্বাধিক সদস্য থকা দল। ৰাজ্যত ২৭ লাখ বিজেপি সদস্য আছে। গতিকে নিৰ্বাচনী প্ৰচাৰত দৰকাৰ...

BJP spoke person Pabitra Margherita addressing press conference at BJP party office in Guwahati on 02-12-18. Pix BY UB photos

অসম বিজেপি মুখপাত্ৰ মাৰ্ঘেৰিটাৰ মতে কংগ্ৰেছ তত্ত্বাৱধায়ক ৰাৱত “মহা দুৰ্নীতিপৰায়ণ”

অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱতক “মহা দুৰ্নীতিপৰায়ণ”ৰূপে অভিহিত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই। মাৰ্ঘেৰিটাৰ...

গুৱাহাটীত ১০ ডিচেম্বৰৰ পৰা শিশু নাট্য বিদ্যালয়ৰ সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ

গুৱাহাটীত ১০ ডিচেম্বৰৰ পৰা শিশু নাট্য বিদ্যালয়ৰ সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় শিশু নাট সমাৰোহ

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় শিশু নাট্য সমাৰোহ। গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সপ্তম বাৰ্ষিক...

Hyena at Zoo

এসপ্তাহ পূৰ্বে চিৰিয়াখানাৰ আলহী হোৱা হায়েনা এতিয়া মৃত্যুশয্যাত

যোৱা ২৫ নৱেম্বৰৰ দিনা অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। উক্ত হায়েনা আৰু অষ্ট্ৰিক পক্ষী...

Police lathi charge during Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos

বিজেপিৰ শাসনত প্ৰতিবন্ধীৰ দিনো পৰিণত “প্ৰতাৰণা”ৰ দিৱসত

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ “প্ৰতাৰণা”ৰ প্ৰতিবাদত প্ৰতিবন্ধীৰ বিশেষ দিনটোকে ‘‘প্ৰতাৰণা দিৱস’’ৰূপে পতাৰ সিদ্ধান্ত লৈছে অসমৰ প্ৰতিবন্ধীসকলে। অসম চৰকাৰে অহা...

Page 304 of 317 1 303 304 305 317

Recent News