• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এসপ্তাহ পূৰ্বে চিৰিয়াখানাৰ আলহী হোৱা হায়েনা এতিয়া মৃত্যুশয্যাত

হায়েনাটোৰ মৃত্যু হোৱা বুলি দাবী কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 2, 2018 6:52 am
Hyena at Zoo

চিৰিয়াখানাত চিকিৎসাধীন অৱস্থাত হায়েনাটো।ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৫ নৱেম্বৰৰ দিনা অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। উক্ত হায়েনা আৰু অষ্ট্ৰিক পক্ষী দুটা অনা হৈছিল ৰাঁচীৰ ভগৱান বিৰচা প্ৰাণী উদ্যানৰ পৰা।  কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমান শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হায়েনাটোৱে মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে ‘নৰ্থ ইষ্ট নাও’ক জানিবলৈ দিয়া মতে হায়েনাটো শনিবাৰে দুপৰীয়াভাগত অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰা বুলি জানিব পাৰি চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানাৰ চিকিৎসালয়তে চিকিৎসা কৰিবলৈ লৈ আনে। বৰ্তমানো হায়েনাটোৰ চিকিৎসা চলি আছে।

Apply Now

আনহাতে, হায়েনাটোৰ ৰোগ সন্দৰ্ভত মৰিস্বামীয়ে ‘নৰ্থ ইষ্ট নাও’ক কয়, ‘‘বহু দূৰ যাত্ৰা কৰি আহিছে, তথা হায়েনাটো তেওঁৰ পৰিয়ালৰ পৰা অকলশৰীয়া হৈ পৰিছে। লগতে অন্য ঠাইত থকাৰ কাৰণে অসুস্থ হৈ পৰিছে।‘’

ইপিনে, হায়েনাটোৰ স্বাস্থ্যৰ অৱস্থাই চিন্তিত কৰি ৰাখিছে চিৰিয়াখানা কৰ্তৃপক্ষক। এই কথা জনায় বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে।

আনহাতে, চিৰিয়াখানা সুৰক্ষা মঞ্চই দাবী কৰি হায়েনাটো মৃত্যু হোৱা বুলি কয়। চিৰিয়াখানা কৰ্তৃপক্ষক কোনো এক বিশেষ সুত্ৰই মৃত্যুৰ খবৰ দিয়ে বুলি দাবী কৰি মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই লগতে ‘নৰ্থ ইষ্ট নাও’ৰ আগত কয় ‘আমাৰ সুত্ৰৰ তথ্য ১০০ শতাংশই শুদ্ধ।‘

তদুপৰি ‘’চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে হায়েনাৰ মৃত্যুৰ খবৰটো গাপ দিয়াৰ চেষ্টা কৰিছে’’ বুলি গুৰুতৰ অভিযোগ আনে মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

প্ৰণিধানযোগ্য যে, দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত জন্তুৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে তথা জন্তুবিলাকৰ শাৰীৰিক অৱস্থা উন্নত নহয় বুলি অভিযোগ উঠি আহিছে।

উল্লেখযোগ্য যে অসম ৰাজ্যিক চিৰিয়াখানাত আগষ্ট মাহত কেনাই ডিচটেম্পাৰ ভাইৰাছৰ সংক্ৰমণৰ ফলত ৮ টাকৈ শিয়ালৰ মৃত্যুৰ ঘটনাই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd