গুৱাহাটী প্ৰেছ ক্লাৱৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত কিয় গোচৰ ৰুজু কৰিলে বিশ্বজিৎ নাথে?
গুৱাহাটী প্ৰেছ ক্লাৱৰ বিৰুদ্ধে গোচৰ তৰিলে গুৱাহাটীৰ ভেটাপাৰাৰ এজন লোকে। গুৱাহাটী প্ৰেছ ক্লাৱৰ সমিতিয়ে আলফা(স্বা)ৰ সংবাদমেল আয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ...
গুৱাহাটী প্ৰেছ ক্লাৱৰ বিৰুদ্ধে গোচৰ তৰিলে গুৱাহাটীৰ ভেটাপাৰাৰ এজন লোকে। গুৱাহাটী প্ৰেছ ক্লাৱৰ সমিতিয়ে আলফা(স্বা)ৰ সংবাদমেল আয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ...
এটা মাহত তিনিবাৰকৈ দেশৰ প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ সাধাৰণ...
যোৱা ১৪ ফেব্ৰুৱাৰিত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী অসম ভ্ৰমণক কেন্দ্ৰ কৰি হোৱা খৰচক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিন্তিত হোৱা...
'চৰম শাস্তি মানে মৃত্যুদণ্ড নহয়' গুৱাহাটী প্ৰেছ ক্লাৱৰ এজন সাংবাদিকলৈ ফোন কৰি জনাইছে পৰেশ বৰুৱাই। কুইপ’ৰ দুই অপহৃত বিষয়াক চৰম...
২০২১ৰ বিধানসভাৰ নিৰ্বাচন সমাগত। কিন্তু এই বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ কৈ প্ৰতিদ্বন্দ্বিতা নকৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে। বিভিন্ন...
সমাগত ২০২১ ৰ বিধান সভাৰ নিৰ্বাচন। বিগত চাৰে চাৰিটাতকৈ অধিক বছৰ চাহ শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ কথা চিন্তা নকৰা বিজেপি চৰকাৰে...
A For Assam………. অৰ্থ্যাৎ ভাৰতৰ ৩৬ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ অসম। আপোনাৰো নিশ্চয়কৈ এগৰাকী অসমৰ বাসিন্দা...
বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে হাইভল্টেজ ডিজিটেল কেম্পেইন কিন্তু বহু পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণত একেবাৰে ব্যৰ্থ বিজেপি চৰকাৰ! তথাপি বিজেপিয়ে বিভিন্ন পন্থা...
অসমত চৰকাৰৰ সলনি ছিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে চট্টিশগৰৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। বৃহস্পতিবাৰে হোটেল পেলেচিওত এক সংবাদমেল সম্বোধন কৰি...
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত সামাজিক মাধ্যমত প্ৰকাশ কৰি আৰক্ষীৰ জালত পৰিছে প্ৰতিবিম্ব লাইভ নামৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd