• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে; কি ভূমিকা ল’ব দুয়োৱে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 20, 2021 8:03 pm
Gourav Gogoi Aru Pradyut Bordoloi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ৰ বিধানসভাৰ নিৰ্বাচন সমাগত। কিন্তু এই বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ কৈ প্ৰতিদ্বন্দ্বিতা নকৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে।

বিভিন্ন সময়ত বিভিন্ন ধৰণে চৰ্চা চলি আহিছিল যুৱ সাংসদ গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব তথা তেওঁ তিতাবৰ নাইবা গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

Apply Now

কিন্তু সেই চৰ্চাৰ ইতি পেলাই কংগ্ৰেছৰ এক উচ্চস্তৰীয় তথা বিশ্বস্ত সূত্ৰই দাবী কৰে যে সাংসদ গৌৰৱ গগৈয়ে ২০২১ ৰ বিধানসভা নিৰ্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত এটাৰ পৰাও প্ৰতিদ্বন্দ্বিতা নকৰে।

ইয়াৰোপৰি নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তুমুল চৰ্চা চলি আহিছিল।

কিন্তু তাৰ বিপৰীতে সূত্ৰটোৱে দাবী কৰি কয় মাৰ্ঘেৰিটা সমষ্টি নাইবা অসমৰ কোনো সমষ্টিৰ পৰাই তেওঁ টিকট বিচৰা নাই।

ইপিনে, তিতাবৰ সমষ্টিৰ পৰা গৌৰৱ গগৈৰ খুৰীয়েক অৰ্থ্যাৎ প্ৰাক্তন সাংসদ দ্বীপ গগৈৰ পত্নী মিতালী গগৈ, প্ৰাণ কুৰ্মী, বৰ্ণালী শইকীয়া বৰা, জয়া বৰুৱাই টিকট বিচাৰিছে। গোলাঘাট সমষ্টিৰ পৰা গোলাপ বৰা আৰু ব্ৰজেন সন্দিকৈয়ে কংগ্ৰেছ দলৰ পৰা টিকট বিচৰা বুলি খবৰ আহিছে।

ইয়াৰোপৰি, মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বাসুদেউ ছেত্ৰী, মনোৰঞ্জন বৰগোহাঁই আৰু ৰুবুল গগৈয়ে টিকট বিচাৰি ইতিমধ্যে আবেদন জনাইছে।

ইপিনে, গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে থাকিব বুলি সুত্ৰটোত প্ৰকাশ পাইছে।

যুৱ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে ইতিমধ্যে ‘অসম বচাওঁ আহক’ শীৰ্ষক বাছ যাত্ৰাৰে অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ হৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

ইপিনে, আন এক প্ৰশ্নও উত্থাপন নোহোৱা নহয়, যদিহে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে যদি কোনো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে তেন্তে তেওঁ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব কেনেকৈ?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd