দল-সংগঠনৰ হুমকিত নিলম্বিত অসমীয়া শিক্ষয়িত্ৰীক পুনৰ পদত বাহাল ৰাখিলে জৱাহৰ নৱোদয় বিদ্যালয়ে
CAA-ৰ বিৰোধিতাত ফেইচবুক পোষ্ট দিয়া এগৰাকী অসমীয়া শিক্ষয়িত্ৰীক নিলম্বিত কৰাৰ পিছত তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই পুনৰ শিক্ষয়িত্ৰীগৰাকীক তেওঁৰ পদত...
CAA-ৰ বিৰোধিতাত ফেইচবুক পোষ্ট দিয়া এগৰাকী অসমীয়া শিক্ষয়িত্ৰীক নিলম্বিত কৰাৰ পিছত তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই পুনৰ শিক্ষয়িত্ৰীগৰাকীক তেওঁৰ পদত...
অৱশেষত গভীৰ নিদ্ৰাৰ পৰা সাৰ পালে ৰাজ্যখনৰ জাতীয় জীৱনৰ পৰিচয় বহন কৰা অন্যতম সাহিত্যৰ অনুষ্ঠান অসম সাহিত্য সভাই। নাগৰিকত্ব...
সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে কেন্দ্ৰ গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে সোমবাৰে যোৰহাটত আছুৱে এক প্ৰতিবাদী সমদল উলিয়ায়। নাগৰিকত্ব...
যোৰহাটত নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ লাহদৈগড়ৰ...
দীৱালী উদযাপনৰ মাজতে যোৰহাটৰ বৰুৱা চাৰিআলিৰ ওচৰত এডাল গেছ পাইপলাইনত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ বহুসংখ্যক...
মৃত চিকিৎসক দেৱেন দত্তৰ পৰিয়ালে তেওঁৰ হত্যাৰ বিচাৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি দিয়াৰ দৰে ফাষ্ট ট্ৰেক আদালতত নোহোৱাত অসন্তুষ্টি...
গোলাঘাটত আজি সদৌ অসম ছাত্ৰ সন্থাৰ জিলা গোটটোৱে এটা প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি অসম আন্দোলনৰ ফলত লাভ কৰা নুমলীগড় শোধনাগাৰটো...
য়ুনিক’ডে অসমীয়া বৰ্ণমালাৰ আখৰবোৰক বেংগলী নে অসমীয়া নামৰ অধীনত ৰাখিছে সেইটো গুৰুত্বপূৰ্ণ নহয় আৰু কেৱল আৱেগতে এইটোত লাগি থকা হৈছে...
যোৰহাটৰ এজন ব্যক্তিক নাবালিকা ভতিজীক “যৌন নিৰ্য্যাতন” চলোৱাৰ অভিযোগত বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰ ওপৰত ভাৰতীয়...
এজন ব্যক্তিক আত্মহত্যা কৰাৰ বাবে উচটোৱাৰ অভিযোগত আৰক্ষীয়ে সোমবাৰে যোৰহাটৰ গৰমূৰৰ পৰা ছয় গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। আৰক্ষী বিষয়াই কয়...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd