• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IND vs SA 4th T20: আৱেশৰ চমক, দুৰ্দান্ত কাৰ্তিক; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টী-২০ শৃংখলা ২-২ কৰি উভতি ধৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2022 9:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম দুখন খেলত তেওঁ তেনেদৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। বাদ দিয়াৰ কথাও চৰ্চালৈ আহিছিল। কিয়নো উমৰাণ মালিক, অৰ্শদীপ সিঙৰ দৰে তৰুণ যোদ্ধা বহি আছে। কিন্তু আৱেশ খানে শুকুৰবাৰে ৰাজকোটত তেওঁৰ প্ৰদৰ্শনেৰে দেখুৱাই দিলে যে দলটোৱে কিয় তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

শুকুৰবাৰে আবেশ খানে ৪ টা উইকেট লৈ জিলিকি উঠিল। ভাৰতে দক্ষিণ আফ্ৰিকাক ৮২ ৰাণত পৰাস্ত কৰি শৃংখলাটো ২-২ ত সমতা স্থাপন কৰে।

ভাৰতে বান্ধি দিয়া ১৭০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ ইনিংছ ১৬.৫ অভাৰতে মাত্ৰ ৮৭ ৰাণত তাচপাতৰ দৰে খহি পৰে। ৰাচী ভান ডাৰ ডুছেনৰ ২০ ৰাণটো নোহোৱাহেঁতেন দক্ষিণ আফ্ৰিকা আৰু অধিক লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’লহেঁতেন।

Apply Now

অৱশ্যে দক্ষিণ আফ্ৰিকাই ভাৰতৰ ৰাণ অনুসৰণ কৰি বেয়া আৰম্ভণি কৰা নাছিল। ডিকক-বাভুমা যুটিটোৱে ভাল আৰম্ভণিয়ে কৰিছিল। কিন্তু ৰাণ লোৱাৰ সময়ত বাভুমা ডাইভ দি হাতত আঘাত পোৱাত ক্ৰীজ এৰিবলৈ বাধ্য হয়। তাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ ইনিংছত বিপৰ্যয় আৰম্ভ হয় ।

কুইন্টন ডিকক আৰু ডোৱেন প্ৰিটোৰিয়াছ একেৰাহে দুটা অভাৰত আউট হয়। নিজৰ মাজত ভুল বুজাবুজিৰ বাবে ডিককে ৰাণ আউট হৈ উভতি আহিব লগা হয়। পৰৱৰ্তী অভাৰত আৱেশ খানৰ বলত পন্থৰ হাতত কেচ দি বিদায় লয় প্ৰিটোৰিয়াছ।

তাৰ পিছত আৰু পিছলৈ ঘূৰি চাব লগা নাছিল। ক্ৰীজত খোপনি পোতা ভান ডাৰ ডুছেনেই নহয় মাৰ্কো জনশ্যেন, কেশৱ মহাৰাজো আৱেশৰ চিকাৰ হয়। ৪ অভাৰত মাত্ৰ ১৮ ৰাণ দি ৪টা উইকেট দখল কৰে আৱেশে। চাহালেও দুটা উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰা ভাৰতো প্ৰথমতে বিপদত পৰিছিল। পাৱাৰ প্লেৰ সমাপ্তি নোহোৱাতে ভাৰতে তিনিজন শীৰ্ষ বেটাৰক হেৰুৱাই সংকটত পৰিছিল। ৰিতুৰাজ গায়কোৱাড় (৫), শ্ৰেয়াস আয়াৰ (৪)ক আৰম্ভণিতে এনগিডি আৰু মাৰ্কো জেনশ্যনে আউট কৰি ভাৰতক শলঠেকত পেলাইছিল। অধিনায়ক পন্থো মাত্ৰ ১৭ ৰাণত আউট হয়। কিন্তু দীনেশ কাৰ্তিক আৰু হাৰ্দিক পাণ্ডিয়াই পঞ্চম উইকেটৰ যুটীত ভাৰতক উদ্ধাৰ কৰে।

কাৰ্তিকে বিস্ফোৰক বেটিঙেৰে ৯টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ২৭ টা বলত ৫৫ ৰাণ সংগ্ৰহ কৰে। হাৰ্দিকে ৩১ টা বলত ৪৬ ৰাণ কৰে। তেওঁ  তিনিটাকৈ চাৰি আৰু ছয় কোবায়।

আই পি এলত দুৰ্দান্ত ফৰ্মত থকা দুয়োগৰাকী তাৰকাই ৬৫ ৰাণ যোগ দি খেলখনত পাৰ্থক্য গঢ়ি তোলে। অৱশেষত, হাৰ্দিক আৰু কাৰ্তিকে একেৰাহে দুটা অভাৰত আউট হয় যদিও ই ভাৰতক বৃহৎ ৰাণ সংগ্ৰহ কৰাত বাধা দিব পৰা নাছিল।

সংক্ষিপ্ত স্ক’ৰ:

ভাৰত ১৬৯/৬

দক্ষিণ আফ্ৰিকা ৮৭/৯

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd