• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাৰ বৈজ্ঞানিক প্ৰমাণ নাই সেইটোৱেই হৈছে অন্ধবিশ্বাস : ড ° দিব্যজ্যোতি শইকীয়া

হাওৰাঘাটত 'অন্ধবিশ্বাস, ডাইনীকাণ্ড, দলবদ্ধ আক্ৰমণ' শীৰ্ষক সজাগতা সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2020 8:36 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুণগত প্ৰকৃত শিক্ষাইহে অন্ধবিশ্বাস ৰোধ কৰিব পাৰিব। য’ত আৰু তাৰ বৈজ্ঞানিক প্ৰমাণ নাই সেইটোৱেই হৈছে অন্ধবিশ্বাস।

কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ উদ্যোগত হাওৰাঘাটৰ বালিগাঁও বজাৰত বুধবাৰে অনুষ্ঠিত হোৱা অন্ধবিশ্বাস, ডাইনীকাণ্ড আৰু দলবদ্ধ আক্ৰমণ’ শীৰ্ষক সজাগতা সভাত মুখ্য অতিথিৰ ভাষণত এই মন্তব্য কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াই।

Apply Now

তেওঁ লগতে আৰু কয় যে ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ স্থানীয় লোকসকলে অনুভৱ কৰাৰ লগতে অন্ধবিশ্বাস, ডাইনীকাণ্ড, দলবদ্ধ আক্ৰমণ কিয় হয় জানি বুজি প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব।

‘আমি জানিব লাগিব এই সমূহ কুসংস্কাৰৰ পৰা আমি কেনেকৈ মুক্তি লাভ কৰিব পাৰিম। সমাজৰ নেতৃত্ব প্ৰদান কৰা লোক সকলে নিজে জানি বুজিহে গ্ৰামঞ্চলৰ লোক সকলক সু নেতৃত্ব প্ৰদান কৰিব পাৰিব’, এইদৰে কয় তেওঁ।

এই বিশ্লেষণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়োৱাৰ উপৰি ৰাষ্ট্ৰীয় অভিলেখকাৰী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই ডকমকাত, চেৰাকানি আৰু ডিফুত ঘটি যোৱা অভি-নীল, দেৱযানী বৰা আৰু ঝংকাৰ হত্যাৰ কাহিনী স্মৰণ কৰি বিজ্ঞানৰ অপব্যৱহাৰ আৰু অপপ্ৰয়োগ সমাজৰ এচাম মানুহেই বিপথে পৰিচালিত কৰিছে বুলি কয়।

সেইবাবেই সমাজত নীৰিহজনক ডাইনী সজাই হত্যা কৰি আহিছে বুলিও উল্লেখ কৰে।

তেওঁ লগতে কয়, ‘অন্ধবিশ্বাস আৰু অন্ধশ্ৰদ্ধা এই ভ্ৰান্ত ধাৰনাৰ বিষয়ে যেতিয়ালৈকে সজাগ নহ’ব তেতিয়ালৈকে মানৱ সমাজ অন্ধবিশ্বাসৰ পৰা মুক্ত নহ’ব’।

যোৱা ৯ নৱেম্বৰৰ পৰা কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ফংলকপেট, ডকমকা আদি অঞ্চলত অন্ধবিশ্বাস, ডাইনীকাণ্ড, সোপা ধৰা, দলবদ্ধ আক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত কেইবাখনো সভা অনুষ্ঠিত হয়।

১০ নৱেম্বৰ দিনা ডকমকাত অনুষ্ঠিত সভাত জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে কয় যে বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই আজি যিখনি কথা বিশ্লেষণ কৰিছে এই কথাবোৰ আপোনালোক সামাজিক নেতা সকলে নিজ নিজ গাঁৱত গৈ হাতে কামে লাগি প্ৰয়োগ কৰক। তেতিয়াহে নিশ্চিত ভাবে এনেবোৰ ঘটনা ৰোধ হ’ব।

আৰক্ষী আধীক্ষক দেউৰীয়ে আৰু কয় যে মহিলা সকলে কম বয়সৰ পৰা নিজ সন্তানক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব লাগিব।

মানব অধিকাৰ কৰ্মী ড° শইকীয়াই পুনৰ কয় যে বিজ্ঞানমনস্কতা তথা বৈজ্ঞানিক ধ্যান ধাৰণাই শিক্ষাৰ স্বাভাৱিকতাক বিকশিত কৰি মানসিক স্বাস্থ্যক সুস্থ সবল কৰে। সেয়ে প্ৰকৃত গুণগত শিক্ষাইহে সমাজ এখনক সুস্থ সবল কৰি তুলিব।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সামাজিক সংগঠন Brothers ৰ কৰ্মী সকলে ডাইনী অন্ধবিশ্বাস সন্দৰ্ভত এলানি বাটৰ নাট প্ৰদৰ্শন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd