• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিছকল দি ৰাইজক কা বিৰোধী প্ৰতিবাদত অংশ ল’বলৈ আহ্বান ৰাজনৈতিক দলৰ

অসম নিৰ্মাণ দলৰ বিশেষ প্ৰচেষ্টা, ৯৯৯৯৭২৬৮৮০ নম্বৰত মিছকল দিবলৈ আহ্বান

NE NOW NEWS দ্বীপজ্যোতি শৰ্মা
গুৱাহাটী , February 23, 2020 4:03 pm

1 min read

Axom Nirman Dal appeal do miscall against CAA to public

সংবাদমেলৰ দৃশ্য

1.7k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল যোগে অসম নিৰ্মান দলৰ সভাপতি উপেন ৰাজ নাথে জনায় যে কা বাতিলৰ বাবে আমি এটি ছাতিৰ তলত সংঘবদ্ধ হোৱা প্ৰয়োজন ৷

মিছকলৰ জৰিয়তে তেওঁ সংঘৱদ্ধ হোৱাৰ কথা কয়। ৯৯৯৯৭২৬৮৮০ নম্বৰটিৰ জৰিয়তে মিছকল দিবলৈ তেওঁ আহ্বান জনায়। কিমান মানুহে কা বিৰোধী প্ৰতিবাদ কৰিছে তাৰ প্ৰতিলিপি লৈ প্ৰধান মন্ত্ৰী,ৰাষ্ট্ৰপতিৰ লগতে প্ৰয়োজন হ’লে ৰাষ্ট্ৰসংঘৰো ওচৰ চাপিব বুলিও জনায়৷

কা বিৰোধী আন্দোলনত জড়িত অসমৰ দল সমূহকো অসমৰ ৰাইজৰ মাজত প্ৰচাৰ কৰি এই নম্বৰটিৰ জৰিয়তে মিছকল দিয়াৰ বাবে আহ্বান জনায় ৷ অসমৰ বাহিৰত থকা অসমীয়া, প্ৰৱাসী অসমীয়াকো আহ্বান কৰে মিছকল দিবলৈ আহ্বান জনাইছে।

এই মিছকল নম্বৰটি মুকলি কৰে কা আন্দোলনৰ শ্বহীন ষ্টেম ষ্টেফৰ্ডৰ পিতৃ বিজু ষ্টেফৰ্ডে৷ লগতে ষ্টেম ষ্টেফৰ্ডৰ পৰিয়ালৰ লোকে অসমৰ সকলো ৰাইজক এই নম্বৰটিৰ জৰিয়তে প্ৰতিবাদ জনাব বুলি আশা কৰে ৷

সভাপতি উপেন ৰাজ নাথ ডাঙৰীয়াই শাসকীয় দল বিজেপিকো কঠোৰ সমালোচনা কৰে৷ কা বিৰোধী পাঁচজন নিৰীহক হত্যা কৰাৰ পিচত ফিল্ম ফেয়াৰ পাতিছে ৷ ফিল্ম ফেয়াৰত ইমান টকা খৰচ কৰাত কৈ অসমৰ সমস্যাসমূহ সমাধানত গুৰুত্ব দিয়া উচিত আছিল ৷

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd