• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , February 21, 2019 4:57 pm

1 min read

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী
1.7k
VIEWS
Share on FacebookShare on Twitter
বিভিন্ন দাবীৰ সমৰ্থনত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আজি ৰূপায়ণ কৰা ৰাজ্যজোৰা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে বিশ্বনাথ চাৰ্কোল সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰা হয়।
সেই অনুসৰি প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে বিশ্বনাথ চাৰিআলি নগৰৰৰ মাজ মজিয়াৰ পৰা পদযাত্ৰা উলিয়াই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।
উল্লেখযোগ্য যে চাহ শ্ৰমিক সকলে দীৰ্ঘদিনৰ পৰা মজুৰি বৃদ্ধি কৰা, তেওঁলোকে পাব লগীয়া বকেয়া মজুৰি মোকলাই দিয়া, চাহ শ্ৰমিক থকা কোৱাৰ্টাৰৰ মাটিৰ পট্টা দিয়া আদিৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত কোনোধৰনৰ সঁহাৰি নোপোৱাত তেওঁলোক ক্ষোভিত হৈ পৰিছে।
আজি প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ প্ৰাপ্যৰ দাবীত বিভিন্ন শ্ল’গানেৰে বিশ্বনাথ জিলা উপায়ুক্তৰ চৌহদ কঁপাই তোলে পিছত তেওঁলোকে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd