DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হিন্দী কব নজনা সকলে সভাৰ পৰা ওলাই যাওক’— কোনে দিলে এই নিৰ্দেশ?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2020 3:02 pm
VaidyaKotechaJ
557
VIEWS
Share on FacebookShare on Twitter

উত্তৰ ভাৰতত হিন্দী বলয়ৰ আধিপত্যৰ কথা পুনৰবাৰ প্ৰমাণ কৰিবলৈ গৈ বিপদত পৰিল আয়ুষ দপ্তৰৰ সচিব বৈদ্য ৰাজেশ কটেছা।

নতুন দিল্লীত আয়োজন কৰা আয়ুষৰ এক প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা লোক সকলক উদ্দেশ্যি আয়ুষৰ সচিব গৰাকীয়ে এই বুলি কৈছিল যে যি সকল লোকে হিন্দী ভাষা কব নাজানে তেওঁলোকে সভাৰ পৰা ওলাই যাওক।

সচিব গৰাকীয়ে মূলতঃ দক্ষিণ ভাৰতৰ প্ৰতিনিধি সকলক লক্ষ্য কৰিয়েই এনেদৰে কোৱা বুলি বহুতৰে ধাৰণা হোৱাৰ পিছতে দক্ষিণ ভাৰতৰ কেইবাজনো শীৰ্ষ ৰাজনীতিকে এতিয়া উভতি ধৰিছে আয়ুষৰ সচিব গৰাকীক।

তামিলনাড়ুৰ থুথুকুডি সমষ্টিৰ ডি এম কে সাংসদ কানিমঝিয়ে আয়ুষৰ সচিব গৰাকীৰ বক্তব্যক চোকা সমালোচনা কৰি কৈছে যে সচিব গৰাকীৰ এনে মন্তব্যই বহুতৰে মনত আঘাত দিছে।

The statement of Secretary of the Union Ministry of AYUSH Vaidya Rajesh Kotecha that non Hindi speaking participants could leave during a Ministry’s training session speaks volumes about the Hindi domination being imposed.This is highly condemnable… 1/4#StopHindiImposition

— Kanimozhi (கனிமொழி) (@KanimozhiDMK) August 22, 2020

সাংসদ গৰাকীয়ে আয়ুষৰ সচিব গৰাকীক অনতিপলমে নিলম্বিত কৰাৰ দাবী উত্থাপন কৰিছে।

দক্ষিণ ভাৰতৰ আন এগৰাকী সাংসদ কাৰ্তি চিদাম্বৰমে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কোনোৱাই হিন্দী ভাষা কবলৈ নাজানিব পাৰে।

সেইবুলি তেওঁলোকক সভাৰ পৰা বাহিৰ হৈ যাবলৈ কোৱাটো কোনো পধ্যে মানি লব পৰা বিধৰ কথা নহয়।

তেওঁ সচিব গৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd