• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত শিৱসাগৰৰ আয়ুষ্মান শইকীয়াৰ চমক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 2, 2019 7:55 am
2k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ প্ৰতিভাৱান শিশু আয়ুষ্মান শইকীয়াই বিভিন্ন প্ৰতিযোগিতাত শীৰ্ষস্থান লাভেৰে চমক সৃষ্টি কৰিছে। আয়ুষ্মানৰ এই সাফল্যতাই অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আয়ুষ্মান শইকীয়া হ’ল অইল ইণ্ডিয়াৰ কৰ্মচাৰী প্ৰাঞ্জল জ্যোতি শইকীয়া আৰু প্ৰীতি ৰেখা বড়াৰ পুত্ৰ। পিতৃ প্ৰাঞ্জলজ্যোতি শইকীয়া চাকৰি সূত্ৰে দুলীয়াজানৰ বাসিন্দা যদিও তেওঁৰ প্ৰকৃত ঘৰ শিৱসাগৰত।

৪ বছৰীয়া আয়ুষ্মান বৰ্তমান ডিপিএছ স্কুলৰ নাৰ্চাৰীত শাখাত অধ্যায়নৰত। আয়ুষ্মানে ২০১৮ চনৰ ডিচেম্বৰ মাহত  প্ৰথমবাৰৰ বাবে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।

ইয়াৰ পাছৰে পৰাই আয়ুষ্মানে গুৱাহাটী, শিৱসাগৰ, ডিমৌ, দুলীয়াজান আদিত অনুষ্ঠিত সদৌ অসম ভিত্তিত অনুষ্ঠিত বিভিন্ন সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বহু খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই ক্ষেত্ৰত আয়ুষ্মানক সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে মাতৃ প্ৰীতি ৰেখা বড়াই। তেওঁ নিজে এগৰাকী নৃত্যৰ শিল্পী হোৱাৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰৰ জড়িত আছিল।

বৰ্তমান আয়ুষ্মানৰ প্ৰতিভা সমগ্ৰ অসমতে বিয়পি পৰিছে আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে শিৱসাগৰ আৰু দুলীয়াজানবাসীয়ে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd