• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত ধৰা পৰিল অমিক্ৰনতকৈ দহ গুণে বেছি বিপজ্জনক কোভিডৰ বি এ.১২ প্ৰজাতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 29, 2022 3:16 pm
173
VIEWS
Share on FacebookShare on Twitter

ভাৰতত কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ সময়তে আন এক খবৰে চিন্তিত কৰি তুলিছে দেশৰ স্বাস্থ্য বিজ্ঞানীসকলক।

শেহতীয়াকৈ ভাৰতত ধৰা পৰিছে অমিক্ৰনৰে বি.এ.-২ ৰ এক নতুন প্ৰকাৰ।

বি এ.১২ নামৰ এই প্ৰজাতিটো অমিক্ৰনতকৈ দহগুণে বেছি সংক্ৰামক। বিহাৰৰ পাটনাৰ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (আইজিআইএমএছ) ত চিকিৎসাধীন এগৰাকী ৰোগীৰ দেহত কোভিডৰ বি এ.১২ প্ৰজাতি ধৰা পৰাৰ পিছতে তৎপৰ হৈ পৰিছে চিকিৎসা প্ৰতিষ্ঠান খনৰ চিকিৎসকসকল।

ভাৰতত কোভিড সংক্ৰমণৰ বৰ্ধিত প্ৰৱণতাৰ মাজত এনেদৰে কোভিড-১৯ৰ বি এ.১২ প্ৰজাতি ধৰা পৰাৰ কথাই চতুৰ্থ ঢৌৰ সময়ত এই প্ৰজাতিবিধে অধিক সংহাৰৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে।

আইজিআইএমএছৰ মাইক্ৰ’বায়োলজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ নম্ৰতা কুমাৰীয়ে প্ৰকাশ কৰা মতে চিকিৎসা প্ৰতিষ্ঠান খনত অমিক্ৰনৰ নমুনাৰ জিনোম অনুক্ৰম পৰীক্ষা কৰি চোৱা হৈছিল।

পৰীক্ষাৰ বাবে গ্ৰহণ কৰা মুঠ ১৩ টা নমুনাৰ ভিতৰৰে এটাত বিএ.১২ প্ৰজাতিৰ উপস্থিতি ধৰা পৰিছে। বাকী ১২ টা নমুনাত বি.এ.২ প্ৰজাতি ধৰা পৰাৰ কথা তেওঁ উল্লেখ কৰে।

নতুন বি.এ.১২ প্ৰজাতিটো অমিক্ৰনৰে আন এটা প্ৰকাৰ।

ভাৰতত কোভিডৰ তৃতীয় ঢৌৰ সময়ত অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰিছিল। অৱশ্যে সেই সময়ত অমিক্ৰনৰ বি এ ২ প্ৰজাতিৰহে সংক্ৰমণ ঘটিছিল।

অমিক্ৰনৰ নতুন প্ৰজাতি বি.এ.১২ ভাৰতত এইবাৰহে প্ৰথম ধৰা পৰিছে।

এই প্ৰজাতিটো বি এ ২ প্ৰজাতিকৈ দহ গুণে বেছি বিপজ্জনক বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।

আমেৰিকাত প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটো ধৰা পৰিছিল।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd