• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আখৰে আখৰে মিলিছে বাবা ভাংগাৰ ভৱিষ্যত বাণী! এটা এটাকৈ ফলিয়াইছে কথা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 5, 2024 9:52 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৱিষ্যতবাণীৰ বাবে বিখ্যাত বাবা ভাংগাৰ কথা ফলিয়াইছে আখৰে আখৰে। ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি ৰাজকুমাৰী ডায়েনাৰ ৰহস্যজনক মৃত্যু বা চেৰ্নোবিল দুৰ্যোগলৈকে বাবই যিখিনি ভৱিষ্যদ্বাণী কৰিছিল, সেই সকলোবোৰেই সঁচা বুলি প্ৰতিপন্ন হৈছে। 

বাবা ভাংগাই ২০২৪ বৰ্ষৰ বাবেও কেইবাটাও ভৱিষ্যদ্বাণী কৰিছে। চাৰি মাহৰ ভিতৰতে তেওঁৰ ভৱিষ্যদ্বাণীও সঁচা হৈ পৰিছে। 

Apply Now

বুলগেৰিয়াৰ এই ৰহস্যময়ী মহিলাগৰাকী সমগ্ৰ বিশ্বতে ভৱিষ্যতবাণীৰ বাবে বিখ্যাত। ১৯৯৬ চনত ৮৫ বছৰ বয়সত বাবা ভাংগা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়।

২০২৪ চনৰ ভৱিষ্যদ্বাণীত বাবা ভাংগাই কেইবাটাও প্ৰাকৃতিক দুৰ্যোগৰ কথা উল্লেখ কৰিছিল। এই বছৰৰ বাবে তেওঁ ব্যাপক জলবায়ু পৰিৱৰ্তনৰ ইংগিত দিছিল। আৰু এই ভৱিষ্যদ্বাণী ইতিমধ্যে সত্য হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এখন বিজ্ঞান আলোচনীয়ে প্ৰকাশ কৰিছে যে সমগ্ৰ বিশ্বতে তাপৰ তৰংগ ৬৭ শতাংশ বৃদ্ধি হৈছে। ৪০ বছৰত ভিতৰত এইবা অভিলেখ সৃষ্টি কৰিছে তাপমাত্ৰাও। তাপ গম্বুজৰ আকৃতিও বাঢ়িছে। 

বাবা ভাংগাই মৃত্যুৰ পূৰ্বে কৈছিল যে ২০২৪ চনত চাইবাৰ আক্ৰমণ বহুগুণে বৃদ্ধি পাব। বিশেষকৈ জটিল আন্তঃগাঁথনিৰ ওপৰত চাইবাৰ আক্ৰমণ অব্যাহত থাকিব। যিয়ে পৃথিৱীৰ বাবে বৃহৎ বিপদৰ সৃষ্টি কৰিব। শেহতীয়াকৈ এটা ডাটা ছেট পোৱা গৈছে, য’ত জনা গৈছে যে ডাৰ্ক ৱেবত বহুতো গোপনীয় তথ্য আছে। প্ৰায় ৭ কোটি লোকৰ পাছৱৰ্ড, ছ’চিয়েল ছিকিউৰিটি নম্বৰৰ দৰে গুৰুত্বপূৰ্ণ তথ্য ফাদিল হৈছে। ইয়াৰ পূৰ্বে এপল, মেটা আৰু এক্স কোম্পানীসমূহেও তেওঁলোকৰ গ্ৰাহকৰ তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰা বুলি প্ৰকাশ কৰিছিল।

বাবা ভাংগাই কৈছিল যে ২০২৪ চনত বিশ্বৰ বিত্তীয় সংকট গভীৰ হ’ব। বিশ্ব অৰ্থনৈতিক শক্তিৰ বৃহৎ পৰিৱৰ্তন হ’ব, ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাব। বহু দেশৰ কান্ধত ঋণৰ বোজা বাঢ়িব।

বাবা ভাংগাই নিজৰ ভৱিষ্যদ্বাণীত কৈছিল যে ২০২৪ চনত ইউৰোপত সন্ত্ৰাসবাদী আক্ৰমণ বৃদ্ধি পাব। এখন শক্তিশালী দেশে জৈৱিক অস্ত্ৰ পৰীক্ষাও কৰিব পাৰে।

২০২৪ চনৰ বাবে বাবা ভাংগাই ভাল ইংগিতো দিছিল। এলঝেইমাৰ আৰু কেন্সাৰ আদি দুৰাৰোগ্য ৰোগৰ চিকিৎসা এই বছৰত আৱিষ্কাৰ হ’ব পাৰে বুলি উল্লেখ কৰিছিল বাবা ভাংগাই।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী সংঘৰ্ষৰ গোচৰত নতুন পাক: দেৱাংগনা কলিতাক নথি-পত্ৰ প্ৰদানৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

দিল্লী সংঘৰ্ষৰ গোচৰত নতুন পাক: দেৱাংগনা কলিতাক নথি-পত্ৰ প্ৰদানৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

July 20, 2026 9:08 pm
দিল্লীত চিজেপিৰ ‘সংসদ চলো’ কাৰ্যসূচীক লৈ উত্তপ্ত পৰিস্থিতি; কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সৈতে প্ৰতিনিধি দলৰ বৈঠক

দিল্লীত চিজেপিৰ ‘সংসদ চলো’ কাৰ্যসূচীক লৈ উত্তপ্ত পৰিস্থিতি; কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সৈতে প্ৰতিনিধি দলৰ বৈঠক

July 20, 2026 7:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd