• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিৰিয়াৰ পতনৰ পিছতে আৰম্ভ বিশ্বজুৰি যুদ্ধ; সঁচা হ’ব বাবা ভংগাৰ সেই ভয়ংকৰ ভৱিষ্যদ্বাণী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2024 11:49 am
184
VIEWS
Share on FacebookShare on Twitter

বুলগেৰিয়াৰ অন্ধ  ভৱিষ্যত বক্তা বাবা ভাংগাক বলকানৰ নষ্ট্ৰাডামুছ বুলি কোৱা হয়। তেওঁৰ প্ৰায় ৮৫ শতাংশ ভৱিষ্যদ্বাণী সঁচা হৈছে। যোৱা শতিকাৰ ৭০ৰ দশকৰ পৰাই বাবা ভাংগাই বিভিন্ন কথাৰ ভৱিষ্যদ্বাণী কৰাৰ বাবে বিখ্যাত হৈ পৰিছিল। ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি ৰাজকুমাৰী ডায়েনাৰ মৃত্যুলৈকে, চেৰ্নোবিল দুৰ্ঘটনা, ব্ৰেক্সিটলৈকে-বাবা ভাংগাই বহু কথাৰ ভৱিষ্যদ্বাণী কৰিছিল। সেইবোৰ আখৰে আখৰে সত্য প্ৰমাণিত হৈছে। চলিত বৰ্ষ ২০২৪ সন্দৰ্ভত তেওঁ বিভিন্ন ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ কিছুমান কথা ইতিমধ্যে সঁচা প্ৰমানিত হৈছে।

বাবা ভাংগাই নতুন বছৰৰ সন্দৰ্ভত কৈছে যে ২০২৫ চনত ইউৰোপত ভয়ংকৰ যুদ্ধ হ’ব, যাৰ ফলত বৃহৎ লোকচান হ’ব, বহু লোকে প্ৰাণ হেৰুৱাব। দুখন দেশৰ মাজত নতুন যুদ্ধৰ সূচনা হ’ব। বিজ্ঞানে এনেকুৱা কিবা এটা আৱিষ্কাৰ কৰিব যিয়ে কথা নোকোৱাকৈ, কোনো বাক্য ব্যয় নকৰাকৈ এটা মগজুৰ পৰা আন এটা মগজুলৈ যোগাযোগ কৰিব পাৰিব।

বাবা ভাংগাই কৰা আটাইতকৈ ভয়ংকৰ ভৱিষ্যদ্বাণীটো আছিল যে ২০২৫ চনত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব। সেই যুদ্ধ ছিৰিয়াৰ পৰা আৰম্ভ হ’ব। ভাংগাই কৈছিল যে যেতিয়াই ছিৰিয়াৰ পতন দেখিব তেতিয়াই তেওঁ বুজিব যে পূব আৰু পশ্চিমৰ মাজত যুদ্ধ আৰম্ভ হ’বলৈ ওলাইছে। ২০২৫ চনৰ বসন্ত কালত পূবত এখন নতুন যুদ্ধ আৰম্ভ হ’ব৷ ইয়াৰ পিছত সমগ্ৰ বিশ্বতে আৰম্ভ হ’ব তৃতীয় বিশ্বযুদ্ধ।

উল্লেখ্য যে দেওবাৰে পুৱা ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত প্ৰৱেশ কৰিছে বিদ্ৰোহীসকলে। চহৰৰ অধিকাংশ গুৰুত্বপূৰ্ণ কাৰ্যালয়, টিভি টাৱাৰ, ৰেডিঅ’ ষ্টেচন তেওঁলোকে দখল কৰিছে। ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ বিমানত উঠি পলায়ন কৰিছে। বাতৰি অনুসৰি, তেওঁ  ৰাছিয়াত আশ্ৰয় লৈছে।

২০২৫ বৰ্ষৰ বিষয়ে বাবা ভাংগাই যি কৈছে সেয়াও ভয়ংকৰ। তেওঁ কৈছে, ইউৰোপৰ বাবে যুদ্ধ মাৰাত্মক হ’ব। প্লেগৰ দৰে ৰোগ দেখা দিব। কিন্তু ৫০৭৯ বছৰলৈকে পৃথিৱীত মানুহ থাকিব। কিন্তু ২০২৫ চনতে আৰম্ভ হ’ব পৃথিৱী ধ্বংসৰ প্ৰক্ৰিয়া।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd