DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

টি-২০ ক্ৰিকেটত এক নতুন ৰেকৰ্ড স্থাপন পাকিস্তানৰ, ভংগ কৰিলে নিজৰে অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2021 6:31 pm
Highest win in T-20 in a calendar year
360
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে কৰাচীৰ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন টি-২০ত ৱেষ্ট ইণ্ডিজক ৬৩ ৰাণত পৰাস্ত কৰে পাকিস্তানে। এই জয়েৰে পাকিস্তানে ক্ৰিকেটৰৰ আটাইতকৈ চুটি ফৰ্মেটটোত এক ঈৰ্ষণীয় মাইলৰ খুঁটিত উপনীত হয়।

বাবৰ আজমৰ নেতৃত্বত পাকিস্তানে ২০২১ চনত টি-২০ ক্ৰিকেটত ১৮ তম জয় সাব্যস্ত কৰে। উল্লেখ্য যে টি-২০ ক্ৰিকেটত এটা কেলেণ্ডাৰ বৰ্ষত যিকোনো দলৰ দ্বাৰা এইয়া সৰ্বাধিক জয়ৰ অভিলেখ।

এইদৰে পাকিস্তানে নিজৰেই পূৰ্ব অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে প্ৰাক্তন অধিনায়ক চৰফৰাজ আহমেদৰ নেতৃত্বত পাকিস্তানে ২০১৮ চনত ১৭ খন মেচ জয়ৰ অভিলেখ অৰ্জন কৰিছিল।

এটা কেলেণ্ডাৰ বৰ্ষত এটা দলৰ দ্বাৰা আন্ত: ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত সৰ্বাধিক জয়:

১৮* পাকিস্তান (২০২১)

১৭ পাকিস্তান (২০১৮)

১৫ ভাৰত (২০১৬)

১৪ পপুৱা নিউ গিনি (২০১৯)

উল্লেখ্য যে মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে ৰিজৱানৰ ৭৮ আৰু হাইডাৰ আলীৰ ৬৮ ৰানৰ সহায়ত ২০০ ৰানৰ স্ক’ৰ থিয় কৰায়।

২০১ ৰাণৰ লক্ষ্য অনুকৰণ কৰি ৱেষ্ট ইণ্ডিজ ১৩৭ ৰাণত অল আউট হয় আৰু ৬৩ ৰানত পৰাজয় বৰণ কৰে। শ্বাই হোপে সৰ্বাধিক ২৬ বলত ৩১ ৰাণ সংগ্ৰহ কৰে।

পাকিস্তানৰ হৈ মহম্মদ ৱাছিম জুনিয়ৰে চাৰিটা উইকেট দখল কৰাৰ লগতে শাদাব খানেও তিনিটা উইকেট লাভ কৰে।

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd