• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হনুমা বিহাৰীয়ে ক্ৰিকেটক হত্যা কৰিছে, বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ উদ্ভট মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2021 8:22 pm

2 min read

হনুমা বিহাৰীয়ে ক্ৰিকেটক হত্যা কৰিছে, বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ উদ্ভট মন্তব্য
1.4k
VIEWS
Share on FacebookShare on Twitter

ছিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট ড্ৰ ৰূপে সমাপ্ত হয়।

পঞ্চম দিনৰ আৰম্ভণিতে অধিনায়ক আজিংক ৰাহানে পেভেলিয়মুখী হোৱাত মেচখন অষ্ট্ৰেলিয়াই দুটা ছেছনতে জয়ী হোৱাৰ দিশে অগ্ৰসৰ হৈছিল।

কিন্তু ভাৰতৰ আঘাতপ্ৰাপ্ত বেটছমেনৰ একাগ্ৰতা আৰু ধৈৰ্যই অষ্ট্ৰেলিয়াৰ আশাত চেচা পানী ধালে।

আঘাতে জুৰুলা কৰাৰ পাছতো ভাৰতীয় বেটছমেনৰ সবল মানসিকতাই পৰাজয়ৰ আশংকাত ভোগা মেচখন ড্ৰ কৰিবলৈ সক্ষম হৈছিল।

ছিডনী টেষ্ট ড্ৰ কৰাত সবাটোকৈ অধিক যোগদান দিয়ে আঘাতপ্ৰাপ্ত হনুমা বিহাৰীয়ে। হেমষ্ট্ৰিঙত আঘাত পোৱা বিহাৰীয়ে ১৬১ টা বলত অপৰাজিত ২৩ ৰান কৰি অষ্ট্ৰেলিয়াৰ বলাৰসকলক হতাশাগ্ৰস্ত আৰু নিৰাস কৰি তোলে।

বিহাৰীৰ এই প্ৰদৰ্শনৰ পিছতেই তেওঁক বিভিন্নজনে প্ৰশংসাৰে উপচাই পেলাইছে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম ৰূপত দেখা গ’ল বিজেপি নেতা বাবুল সুপ্ৰিয়োক।

অধিক বল খেলাৰ বাবে হনুমা বিহাৰীক কঠোৰ সমালোচনা কৰিছে নেতা গৰাকীয়ে।

বিজেপি নেতাজনে টুইট কৰি কয় যে ৭ ৰান কৰিবলৈ হনুমা বিহাৰীয়ে ১০৯ টা বল খেলিছিল। বিহাৰীয়ে কেৱল ভাৰতৰ ঐতিহাসিক বিজয়ৰ সম্ভাৱনাক হত্যা কৰাই নহয়, ক্ৰিকেটকো হত্যা কৰিছে।

ইয়াৰ উপৰি তেওঁ ক্ৰিকেটৰ বিষয়ে একো নাজানে বুলিও টুইটটোত উল্লেখ কৰে।

If Hanuma showed this little initiative of just standing& hitting the BAD BALLS for boundaries, India may hv got this historic win GIVEN that Pant did what no one expected•And, I am reiterating that it’s ONLY the bad balls that cud hv been hit given Hanuma was set batman by then https://t.co/C8Z5YKOHCk

— Babul Supriyo (@SuPriyoBabul) January 11, 2021

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd