• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোগী আদিত্যনাথৰ ৰাজ্যত আকৌ জঘন্য কাণ্ড : ১৩ মহীয়া কেঁচুৱাক ধৰ্ষণ; অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 3, 2020 9:05 am

1 min read

yuit-201801300111
1.9k
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত  পুনৰ সংঘটিত হৈছ অতি এক জঘন্য কাণ্ড। এটি ১৩ মহীয়া কেঁচুৱাক ধৰ্ষণ কৰিছে এজন প্ৰতিৱেশী লোকে।

এই নাৰকীয় কাণ্ডটো সংঘটিত হৈছে ৰাজ্যখনৰ কাণপুৰৰ এখন গাঁৱত।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি কাণপুৰৰ ঘটামপৰুত যোৱা বুধবাৰে সন্ধিয়া সংঘটিত হৈছে এই জঘন্য কাণ্ডটো।

ঘটনাৰ বিৱৰণীৰ মতে সন্ধিয়া কেঁচুৱাটিৰ মাতৃয়ে শহুৰেকৰ সৈতে ঘৰৰ পৰা ১০০ মিটাৰ মান দূৰৈত এৰাল দি থোৱা ছাগলীবোৰ আনিবলৈ যোৱাৰ সময়তে কেঁচুৱাটিৰ খুৰাক সম্বন্ধীয় প্ৰতিৱেশী উমেশ প্ৰজাপতি নামৰ লোকজনে কেঁচুৱাটিক ধৰ্ষণ কৰে।

এজন লোকে এপাল ছাগলীক ঘৰলৈ আনিবলৈ অসুবিধা হয় বাবে কেঁচুৱাটিক ঘৰতে শুৱাই থৈ শহুৰেকসহ কেঁচুৱাটিৰ মাতৃয়ে ছাগলী আনিবলৈ ওলায় গৈছিল।

ইয়াৰ পিছতে তেওঁলোকে কেঁচুৱাটিৰ কান্দোনৰ বিকৎ শব্দ শুনিবলৈ পায়। লগে লগে মাতৃয়ে কেঁচুৱাটিৰ ওচৰলৈ ধাপলি মেলি দৌৰি আহি দেখে যে উমেশ প্ৰজাপতিয়ে তেওঁলোকৰ ঘৰৰ দৌৰি ওলায় গৈছে আৰু কেচুৱাটিৰ শৰীৰৰ পৰা তেজ নিগৰি আছে।

কেঁচুৱাটিৰ মাতৃয়ে চিঞৰ বাখৰ কৰাত চুবুৰীয়া লোকে পলায়ন কৰিবলৈ চেষ্টা কৰা উমেশ প্ৰজাপতিক কৰায়ত্ত কৰে।

স্থানীয় চক্ৰ বিষয়া প্ৰতাপ সিঙে সংবাদ মাধ্যমৰ আগত কয়ে যে ইতিমধ্যে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্ত প্ৰতাপ প্ৰজাপতিক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে শিশুটিক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd