• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোৱাৰেন্টাইন চেন্টাৰত মহিলাই জন্ম দিলে সন্তান; নাম ৰাখিলে কোভিড

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 1:39 pm
luma-pimentel-463423-unsplash

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ বাবে দেশত ২১ দিনীয় লকডাউন চলি আছে। ইয়াৰ ফলত কোম্পানীবোৰে কামকাজ বন্ধ কৰি দিয়াৰ পাছত ইয়াত কাম কৰা শ্ৰমিকসকল বাধ্য হৈ দিল্লীৰ পৰা খোজকাঢ়ি ঘৰ অভিমুখে যাত্ৰা কৰিবলগীয়া হৈছে।

ইয়াৰে কিছুমানে গৈ ঘৰ পোৱাৰ বিপৰীতে কিছুমানক প্ৰশাসনে মাজবাটতে আৱদ্ধ কৰি কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰিছে।

Apply Now

দিল্লীৰ এখন হোটেলত কাম কৰা নেপালী দম্পতিক উত্তৰ প্ৰদেশৰ ৰামপুৰ প্ৰশাসনে  ৰাস্তাৰ পৰা ৰাজকীয় আশ্ৰম পদ্ধতি ইন্টাৰ কলেজত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ লৈ যায়।

কোৱাৰেন্টাইন চেন্টাৰত থাকিবলৈ লোৱা নেপালৰ মহিলাগৰাকীয়ে ইয়াতেই এটি সন্তানৰ জন্ম দিয়ে। এই সন্তানটোক নাম দিয়া হৈছে কোভিড। প্ৰশাসনে মাক আৰু শিশুৰ চোৱাচিতাৰ বাবে সকলো প্ৰকাৰৰ জৰুৰী ব্যৱস্থাগ্ৰহণ কৰিছে।

জানিব পৰা মতে, নেপালৰ বজাংগ জিলাৰ বাসিন্দা হৰকলা নামৰ মহিলাগৰাকীয়ে তেওঁৰ পতি জীৱনৰ সৈতে দিল্লীৰ এখন হোটেলত কাম কৰি আছিল।

কৰ’নাই তীব্ৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰোতেই দেশত বলবৎ কৰা লকডাউনৰ ফলত হোটেল বন্ধ হৈ পৰে। হোটেলৰ মালিকে কৰ্মচাৰীসকলক যাবলৈ দিয়াৰ পাছত হৰকলাই পতিৰ সৈতে একাংশ বাহনত আৰু পাছত খোজকাঢ়ি ৰামপুৰ পায়গৈ।

ৰামপুৰ প্ৰশাসনে হৰকলা আৰু তেওঁৰ পতিক ৰাজকীয় আশ্ৰম পদ্ধতি ইন্টাৰ কলেজত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ লৈ যায়।

কোৱাৰেন্টাইন চেন্টাৰত থকাৰ সময়তে হৰকলা হঠাতে অসুস্থ হৈ পৰে। চেন্টাৰৰ কৰ্মচাৰীসকলে ততাতয়াকৈ হৰকলাক হাস্পাতলত ভৰ্তি কৰায় আৰু তাতেই হৰকলাই এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।

হাস্পাতলৰ কৰ্মচাৰীসকলে নৱজাতকৰ নাম কোভিড ৰাখে। স্বাভাৱিকতে কোভিড-১৯ৰ আতংক চলি থকাৰ মাজতে জন্ম হোৱা নৱজাতকৰ নাম কোভিড দি কৰ্মচাৰীসকলে সময়ৰ স্মৃতি বান্ধি ৰাখিব বিচাৰে।

অৱশ্যে  কৰ্মচাৰীসকলে দিয়া এই নামৰ কোনো আনুষ্ঠানিকতা নাই। সন্তানৰ নামকৰণৰ সম্পূৰ্ণ অধিকাৰ অৱশেষত পিতৃ-মাতৃৰহে থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd