DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আৰক্ষীৰ বৰ্বৰতা; কোলাত শিশু লৈ থকা এজন ব্যক্তিক আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ ভিডিঅ’ ভাইৰেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2021 6:12 pm
Policeman allegedly assaulted a man with a child
183
VIEWS
Share on FacebookShare on Twitter

কোলাত এজন শিশু লৈ থকা এজন ব্যক্তিক আৰক্ষীয়ে কৰা নিৰ্মম প্ৰহাৰৰ এটি ভাইৰেল ভিডিঅ’ই খলকনি তুলিছে সামাজিক মাধ্যমত।

ভিডিঅ’টোত আক্ৰমণৰ বলি হোৱা ব্যক্তিজনে ‘শিশুটিৰ গাত লাগিব, শিশুটিয়ে দুখ পাব’ বুলি কান্দি উঠা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছত কানপুৰ দেহাটৰ আৰক্ষী অধীক্ষক কেশৱ কুমাৰ চৌধুৰীয়ে কয় যে ভিডিঅ’টোত থকা লোকজনক হাস্পতালৰ চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী এগৰাকীৰ ভাতৃ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, “প্ৰায় ১০০ জন লোকৰ সৈতে চৰকাৰী কৰ্মচাৰীজনে কোনো কাৰণ নোহোৱাকৈ চিকিৎসালয়খন বন্ধ কৰি দিছিল। আকবৰপুৰ আৰক্ষীয়ে এটা ফোন পাইছিল। চিকিৎসা সেৱা পুনৰ আৰম্ভ কৰিবলৈ আৰক্ষীয়ে মৃদু লাঠিচাৰ্জ কৰিব লগা হৈছিল।”

তেওঁ লগতে কয় যে তেওঁলোকে ব্যক্তিজনক আঘাত কৰা বিষয়াজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে। এজন এএছপি পৰ্যায়ৰ বিষয়াই ঘটনাটোৰ তদন্ত কৰিব বুলিও তেওঁ লগতে কয়।

আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে টুইটাৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰি কয়, “যোগী আদিত্যনাথৰ উত্তৰ-প্ৰদেশ মানৱাধিকাৰ উলংঘনৰ শীৰ্ষত আছে।”

 

Uttar Pradesh under @myogiadityanath: #1 in Human Rights Violations#HumanRightsDay pic.twitter.com/7dGINm5A4i

— Priyanka Gandhi Vadra (@priyankagandhi) December 10, 2021

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd