• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা টিভি চেনেলে মোক ভূত আৰু ভিলেইন সজাই আছে : বদৰুদ্দিন আজমল

‘মহাজোঁট হ’বলৈ ওলোৱা বাবে মোৰ বন্ধু পাগল হৈছে’ আজমল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 20, 2020 7:45 pm
413
VIEWS
Share on FacebookShare on Twitter

নাম নোলোৱাকৈ এটা ব্যক্তিগত টেলিভিছন চেনেলক কটাক্ষ কৰে সাংসদ তথা জমিয়ত উলেমাৰ সভাপতি বদৰুদ্দিন আজমলে।

অসম সাহিত্য সভা ভৱনত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আজমলে এটা বিশেষ টিভি চেনেলে তেওঁক ভূত আৰু ভিলেইন সজাবলৈ চেষ্টা চলাই থকা বুলি সদৰী কৰে।

‘এটা চেনেলে মোৰ বিৰুদ্ধে দেখাই আছে, এটা চেনেলেই মোক ভিলেইন বনাই আছে। কিছুমান ফ্লিম ডাইৰেক্টৰ আছে যি ভয় খুৱাবলৈ চিনেমা নিৰ্মাণ কৰে। এটে চেনেলে কেৱল হাও……. ভূত আহিব এনেকৈ দেখুৱায়। বাকী তেওঁলোকে  না প্ৰেম দেখে না মহব্বত দেখে। সেইবিলাক মাত্ৰ দুই তিনি সপ্তাহ চলে।‘ আজমলে এইদৰে কয়।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ভাতৃৰ পৰিৱৰ্তে বন্ধু সজাই নাম নোলোৱাকৈ কটাক্ষ কৰে। কিয়নো কালি কংগ্ৰেছ আৰু এআইয়ুডিএফক সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি কটাক্ষ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

‘মহাজোঁট হ’বলৈ ওলোৱা বাবে মোৰ বন্ধু পাগল হৈছে। আল্লাই কৰিলে এদিন ভাল হৈ তেওঁ তেজপুৰৰ পৰা ওলাই আহিব। জমিয়তক সাম্প্ৰদায়িক  বুলি কৈ থকাসকলে ভাৰতীয় স্বাধীনতাৰ ইতিহাসৰ আদিপাঠো পঢ়া নাই।‘ এইদৰে কয় আজমলে।

ইপিনে, যোৱা ১৫ বছৰে আজমলে কোনো এটা সাম্প্ৰদায়িক শব্দ কোৱা নাই বুলি দাবী কৰি লগতে কয় যদিও ‘মোৰ ৬৫ বছৰ বয়স। মই অসমত জন্মগ্ৰহণ কৰিছো, মই অসমীয়া। যদি সাম্প্ৰদায়িক কথা কোৱা দেখুৱাই দিব পাৰে তেন্তে মই ৰাজনীতি ত্যাগ কৰিম।‘

‘ৰাজনীতিৰ পথাৰত আমি ইমান তললৈকে নাযাওঁ। কালি এজন বিজেপি নেতাই তেওঁলোকৰ পাৰ্টনাৰ হাগ্ৰামাক তলৰ পৰ্য্যায়লৈকে গৈ গালি পাৰিছিল। এইবোৰ কথা আমি ভাল নাপাওঁ। আমাৰ পৰিয়ালৰ তথা তেজতো নাই ইমান তলৰ পৰ্য্যায়লৈ গৈ ৰাজনীতি কৰা।‘ আজমলে লগতে কয়।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd