• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2022 9:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্ক সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লোৱাটো বৰ্তমান ৰাজনীতিকসকলৰ অন্যতম লক্ষ্য হৈ পৰিছে। ইয়াৰ বাবে কোনে কিমান অধিক বিতৰ্কমূলক মন্তব্যৰে পানী ঘোলা কৰিব পাৰে তাৰেই যেন প্ৰতিযোগিতা চলে।    

এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে হিন্দুসকলৰ বিবাহৰ বয়স সম্পৰ্কে দিয়া তেওঁৰ মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ মতে হিন্দুসকলে মুছলমান ছোৱালীৰ বিবাহৰ সূত্ৰ অনুসৰণ কৰিব পাৰে। মুছলমান ছোৱালীবোৰ ১৮ ৰ পৰা ২০ বছৰ বয়সৰ ভিতৰত বিবাহপাশত আৱদ্ধ হয়।

লগতে পঢ়ক: FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে

Apply Now

দৰাচলতে মৌলানা বদৰুদ্দিন আজমলে কি কৈছিল? তেওঁৰ মতে মুছলমান ল’ৰাবোৰে ২০-২২ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হয়। মুছলমান ছোৱালীবোৰে ১৮ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হয়। ইয়াৰ আইনী স্বীকৃতি আছে।

আনহাতে, হিন্দুসকলে বিবাহৰ আগতে এক, দুই বা তিনিগৰাকী অবৈধ পত্নী ৰাখে। তেওঁলোকে সন্তান জন্ম নিদিয়ে, তেওঁলোকে কেৱল স্ফুৰ্তি কৰে আৰু টকা উপাৰ্জন কৰে।

তদুপৰি, তেওঁ কয় যে হিন্দুসকলৰ জনসংখ্যা মুছলমানসকলৰ দৰে বৃদ্ধি নহয়। তেওঁলোকে ৪০ বছৰ বয়সৰ পিছত বিবাহ পাশত আৱদ্ধ হয়। মাক দেউতাকৰ হেঁচাত এইটো কৰে। তেনে ক্ষেত্ৰত ৪০ বছৰৰ পিছত সন্তান জন্ম হ’ব বুলি কোনে কিদৰে আশা কৰিব পাৰে? যদি আপুনি উৰ্বৰ ভূমিত বীজ ৰোপণ কৰে তেতিয়াহে ভাল ফচল পাব। তেতিয়া বিকাশ ভাল হ’ব।

লগতে পঢ়ক: FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া

সাংসদজনে কয় যে হিন্দুসকলে মুছলমানসকলৰ সূত্ৰ অনুসৰণ কৰা উচিত। তেওঁলোকৰ পুত্ৰসকলে ২০-২২ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হ’ব লাগিব। ছোৱালীবোৰে ১৮-২০ বছৰ বয়সত বিয়া হ’ব লাগিব। তেতিয়া দেখিব কিমানটা সন্তান জন্ম হয়…।

ইপিনে, শ্ৰদ্ধা ৱাকাৰৰ হত্যা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা লাভ জিহাদৰ প্ৰ সংগত সাংসদ বদৰুদ্দিন আজমলে কয়, “মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যৰ সৰ্বোচ্চ নেতা। কোনে তেওঁক বাধা দিব! আপোনালোকেও লাভ জিহাদ কৰি আমাৰ চাৰি-পাঁচটা মুছলমান ছোৱালী লৈ যাওক। আপোনালোকক আদৰিছোঁ। আমি যুঁজ নকৰো।

ৰাজ্যৰ বিৰোধী পক্ষৰ ধাৰণা যে এয়া বদৰুদ্দিন আজমলৰ এক পৰিকল্পিত মন্তব্য। গুজৰাটৰ নিৰ্বাচন চলি থকাৰ সময়তে আৰু অসম-মেঘালয় সীমান্তৰ সন্দৰ্ভত চলি থকা বিতৰ্ক আনফালে ঢাল খুৱাবলৈ তেওঁ এনে উচটনিমূলক মন্তব্য কৰিছে।

লগতে পঢ়ক: মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ ভিতৰুৱা ভাল সম্পৰ্ক থকাৰ কথা দীৰ্ঘদিন ধৰি চৰ্চা হৈ আহিছে। বিভিন্ন সময়ত দুয়োগৰাকীয়ে একে সময়তে বিতৰ্কিত মন্তব্য প্ৰদান কৰি দৰাচলতে জন সাধাৰণৰ মূল সমস্যাসমূহ তল পেলাবলৈ চেষ্টা কৰাৰো অভিযোগ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd